পুৰুষসকলৰ বাবে স্বর্ণ বা সোণৰ ব্যবহাৰ কৰা হাৰাম

⏩ বিয়াত প্রায় দেখা যায় শখ কৰি হওক বা প্রথাগতভাবে, (দৰা) বৰক সোনৰ গহনা (চেইন বা আঙুঠি) দিয়ে… যোনে দিয়ে সিহতে হয়তো খুশ্বি মনেই দিয়ে, কিন্তু বাস্তবিকপক্ষে এইটো আচলতে সোনৰ আঙুঠি দিয়া নহয়… এইটো জাহান্নামৰ জুই পিন্ধোৱা হয়। . ▶▶ 📚 ৰচুল (চঃ) য়ে কৈছে, যি ব্যক্তিয়ে তাৰ প্রিয়জনক জুইৰ কড়া বা আঙুঠি পিন্ধা পছন্দ কৰে, সি যেন তাক সোনৰ কড়া বা আঙুঠি পিন্ধাই। – আবু দাঊদ, মিশ্বকাত /৪৪০১. . ▶▶📚 যায়েদ ইবনু আকৰাম (ৰাঃ) য়ে কৈছে, ৰচুল (চঃ) য়ে ঈৰ্শ্বাদ কৰিছে, ‘স্বর্ণ ও ৰেশ্বমী বস্ত্র মোৰ উম্মতৰ নাৰীৰ বাবে বৈধ আৰু পুৰুষৰ বাবে হাৰাম।’ – চিলচিলা ছাহীহা হা/১৮৬৫/৩০৩০. . ▶▶ 📚আলী (ৰা)য়ে কৈছে , মই ৰচুল(চঃ) ক দেখিছো তেওঁ সোঁ হাতত ৰেশ্বম ধৰিলে আৰু বাওঁ হাতত সোন। তাৰপিছত কলে, মোৰ উম্মতৰ পুৰুষসকলৰ বাবে এই দু’টি বস্তু হাৰাম।’’ – নাছাঈ ৫১৪৪ – আবু দাউদ ৪০৫৭ – ইবন মাজাহ ৩৫৯৫ . ▶▶📚 ৰচুল (চঃ) য়ে এজন লোকৰ হাতত সোনৰ এটি আঙুঠি দেখিলে । তেওঁ সেইটো খুলি নি নিক্ষেপ কৰিলে আৰু কলে, ‘তোমালোকৰ কোনো ব্যক্তিয়ে জুইৰ টুকুৰা হাতত ৰাখিব বিচাৰিলে এই আঙুঠি হাতত ৰাখিব পাৰে।’ – মুচলিম, আলবানী, আদাবুয যিফাফ ২১৫ পৃষ্টা. . ♦ অনেকে কয় চাৰি আনা পর্যন্ত সোন পুৰুষে ব্যবহাৰ কৰিব পাৰে, যাতে বিপদত সেইটো বিক্রি কৰি কামত লাগােৱা যায় বা কাফনৰ কাপুৰ কিনা যায়। . ♦ কিন্তু এই কথাৰ ভিত্তি নাই। ৰচুল (চঃ) যিহেতু পৰিমাণ উল্লেখ না করে চৰাচৰি সোনৰ অলংকাৰ ব্যবহাৰ কৰাত নিষেধ কৰিছে. . ♦ সেয়েহে যি কোনো পৰিমাণ সোনৰ অলংকাৰ ব্যবহাৰ পুৰুষসকলৰ বাবে হাৰাম… হোক পৰিমানে বেছি বা কম… হোক সেইটো ঘড়িত প্রলোপ দিয়া সোন বা সাদা সোন… . ♦ বিপদৰ প্রয়োজনত যদি সোন ৰখাই হয়, সেইটো মুদ্রা আকাৰে বা অন্য কোনো আকাৰে পকেটত ৰাখিব পৰা যায়। কিন্তু অলংকাৰ হিচাবে পুৰুষসকলে ব্যবহাৰ কৰিব পৰা নাযায়। . ♦ ইয়াৰ পিচতো যদি একান্ত শখ থাকে কাৰোবাৰ, তেতিয়াহলে সোনৰ আঙুঠিৰ বিকল্প হিচাপে ৰুপা ব্যবহাৰ কৰিব পাৰিব… এইটোক উৎসাহ দিয়া হয় ইচলামত, কাৰণ ৰচুল (চঃ) য়ে আকিক পাথৰ দিয়ে ৰূপৰ আঙুঠি পিন্ধিছিল। . ♦ আৰু গলৰ চেইন, সেইটো সোনৰ হোক বা ৰূপৰ বা লোহাৰ বা পিতলৰ, পুৰুষৰ বাবে সেইটোও ব্যবহাৰ কৰা সম্পূর্ণ নিষেধ… কেৱল চেইন নহয়, মহিলাসকৱৰ সুনির্দিষ্ট কৰা যিকোনো জিনিচ, যেনেকুৱা কানৰ দুল, ব্রেচলেট, নাকফুল ব্যবহাৰও পুৰুষসকলৰ বাবে নিষেধ… . ▶▶📚 কাৰণ ৰচুল (চঃ) সেই পুৰুষক অভিসম্পাত কৰিছে, যিয়ে মহিলাৰ পোছাক পিন্ধে আৰু সেই মহিলাক অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে। – চহীহুল বোখাৰী হাদিচ নং-৫৪৬৫. . ♣ আশা কৰো, এই পোস্টৰ মাধ্যমে বুজিব পাৰিছে, পুৰুষসকলৰ বাবে স্বর্ণ ব্যবহাৰ কৰা হাৰাম ।

Leave a comment