# ৰামাদান
কিয়ামুল লাইল
কিয়ামুল লাইল
তাৰাবিহ , তাহাজ্জুদ আৰু ৰাতিৰ যিকোনো নফল ছালাত/নামাজ ইয়াৰ অন্তৰ্ভুক্ত । যিবিলাক আমলৰ মাজত মুমিন ব্যক্তি আল্লাহৰ নৈকট্য অৰ্জন কৰিব পাৰে তাৰ মাজত ক্বিয়ামুল লাইল সকলোতকৈ উত্তম । ৰাছুল (ছা:) এ কৈছে , “ফৰজ ছালাত/নামাজ ৰ পিছত সৰ্বোত্তম ছালাত/নামাজ হৈছে ৰাতিৰ ছালাত/নামাজ ” ।
মুছলিম হা /২৮১২