৭০ ( সত্তৰ) টা কবিৰা গুনাহ

৭০ টা কবিৰা গুনাহ ☞☞☞ ========== ============= ======================== ০১) শির্ক বা আল্লাহৰ লগত অংশী স্থাপন কৰা, ০২) অন্যায়ভাবে কাৰোবাক হত্যা কৰা, ০৩) সালাত পৰিত্যাগ কৰা, ০৪) বিনা কাৰণে ৰমাযানৰ সিয়াম পালন নকৰা, ০৫) যাকাত আদায় না কৰা, ০৬) সামর্থ্য থাকা সত্ত্বেও হাজ্জ নাকৰা, ০৭) যুব্দক্ষেত্ৰৰ পাৰ পালায়ন কৰা, ০৮) আত্মহত্যা কৰা, ০৯) যিনা বা ব্যভিচাৰ কৰা, ১০) সুদৰ আদান প্রদান কৰা, ১১) মাতা-পিতাৰ নাফৰমানী কৰা, ১২) মদ পান কৰা বা নেশাদ্রব্য ব্যবহাৰ, ১৩) আত্মীয়তাৰ সম্পর্ক ছিন্ন কৰা, ১৪) চুৰি কৰা, ১৫) ডকাতি কৰা, ১৬) যাদু টোনা কৰা, ১৭) ইয়াতীমৰ মাল অন্যায়ভাবে ভক্ষণ কৰা, ১৮) ইমাম বা নেতা কর্তৃক প্রজাসকলক ধোঁকা দিয়া আৰু তাহতৰ ওপৰত যুলম কৰা, ১৯) অহংকাৰ কৰা, ২০) মিছ স্বাক্ষ্য দিয়া, ২১) জুৱা খেলা, ২২) সমকামিতা বা পুরুষে পুরুষে বা মহিলা মহিলা যিনা (ব্যভিচাৰ) কৰা, ২৩) আল্লাহ ও তেওৰ ৰাছূলৰ প্রতি মিথ্যাৰুপ কৰা, ২৪) সত্বী নাৰীৰ বিৰূদ্ধে অপবাদ দিয়া, ২৫) ৰাষ্ট্রীয় সম্পদ (গানীমাতৰ মাল) আত্মসাৎ কৰা, ২৬) ৰিয়া বা লোক দেখোৱা ইবাদত, ২৭) দুনিয়াৰ উদ্দেশ্যে ইল্ম অর্জন আৰু ইল্ম গোপন কৰা, ২৮) খিয়ানত বা বিশ্বাঘাতকতা কৰা, ২৯) মিথ্যা ক্বসম খোয়া, ৩০) বাৰে বৰে মিছা কথা কোৱা, ৩১) হাৰাম খোৱা আৰু হাৰাম উপার্জন কৰা, ৩২) অন্যায় ভবে জৰিপনা আদায় কৰা, ৩৩) দুর্ণীতি পৰায়ণ বিচাৰক, ৩৪) ঘুষ আদান প্রদান, ৩৫) নাৰীসকলে পুৰুহৰ ছূৰত আৰু পুৰুহসকলে নাৰীৰ ছূৰত ধাৰণ কৰা, ৩৬) দাইয়ূস, ৩৭) হালালাকাৰী ও যাৰ কাৰণে হিলা কৰা হয়, ৩৮) পেছাবৰ পৰা বাচি নথকা, ৩৯) উপকাৰ কৰি খোঁটা দিয়া, ৪০) তক্বদীৰৰ প্রতি অবিশ্বাস কৰা, ৪১) বেলেগৰ গোপন কথা শুনা, ৪২) চোগলখোৰী কৰা, ৪৩) গীবত কৰা, ৪৪) ওৱাদা কৰি তাক ৰক্ষা নকৰা, ৪৫) গণক বা জ্যোতির্ষীৰ কথা বিশ্বাস কৰা, ৪৬) ফটো বা ছবি বনোৱা, ৪৭) বিদ্রোহ ও ফ্যাসাদ সৃষ্টি কৰা, ৪৮) যুলম অত্যাচাৰ কৰা, ৪৯) ভঢ়িৰ টাখনুৰ তলত কাপোৰ় উলমাই পৰিধান কৰা, ৫০) পুৰুহৰ ৰেশ্মী বস্ত্র ও স্বর্ণালংকাৰ পৰিধান কৰা, ৫১) যোন পিতা নহয় তেওক জানি-শুনি পিতা বুলি পৰিচয় দিয়া, ৫২) সত্যৰ বিৰোধিতা কৰা অকাৰণে বিতর্ক ও জগড়া কৰা, ৫৩) মাপত বা ওজনত কম দিয়া, ৫৪) আল্লাহৰ দিয়া অবকাশক নিৰাপদ মন কৰা, ৫৫) আল্লাহৰ ন্যায়-নিষ্ট বন্দু সকলক কষ্ট দিয়া, ৫৬) বিনা ওযৰে জামা’আত ত্যাগ কৰি অকলে ছালাত আদায় কৰা, ৫৭) ওযৰ ব্যতীত জুমু’আৰ জামা’আত ত্যাগ কৰা, ৫৮) ওয়াছীয়্যাত দ্বাৰা অনিষ্ট কৰা, ৫৯) প্রতাৰনা ও ধোঁকাবাজি কৰা, ৬০) সাহাবী (ৰাঃ)সকলক গালি দেয়া, ৬১) প্রতিবেশীক কষ্ট দিয়া, ৬২) মুসলিম সকলক কষ্ট দিয়া, ৬৩) আল্লাহ ব্যতীত অন্য কাৰো উদ্দেশ্যে যবেহ কৰা, ৬৪) মুসলিম সকলৰ দোষ-ত্রুটি গোপনীয়তা অনুসন্ধান কৰা আৰু তাক প্ৰকাশ কৰি দিয়া, ৬৫) লা’নত বা অভিশাপ দিয়া, ৬৬) আশু বিপদে অধৈর্য হোৱা, ৬৭) ক্রীতদাশৰ পলায়ন, ৬৮) দুর্বলৰ (দাস-দাসী) প্রতি কঠোৰ হোৱ়া, ৬৯) প্রয়োজনৰ অতিৰিক্ত পানি অনক নিদিয়া, ৭০) আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা ।।

Leave a comment