হে যুবক ! কান্দি আছা কিয় …❔

⭕💢  হে যুবক ! কান্দি আছা কিয়  …❔ ⁉⭕

⏩ফজৰৰ নামাজ পঢ়িব নোৱাৰাৰ কাৰণে  নেকি ?
▶উত্তৰঃ  না ।

⏩অতীতৰ  পাপৰ কথা স্মৰণ কৰি ?
▶উত্তৰঃ না ।

⏩মৃত মা / বাবাৰ  কথা মনত পৰিছে  ?
▶উত্তৰঃ  না ।

⏩ফিলিস্তিনৰ  সেই শিশুটিৰ বাবে  ?
▶উত্তৰঃ  না ।

⏩প্রতিবেশীসকলৰ  কষ্ট দেখি ?
▶উত্তৰঃ  না ।

⏩ ম্যানমাৰৰ নির্যাতিত মুছলিমসকলৰ বাবে  ?
▶উত্তৰঃ  না ।

⏩ নেলীৰ হত্যাকাণ্ডৰ কথা মনত পৰিছে তাৰ বাবে ?
▶উত্তৰঃ  না ।

🔰তেনেহলে  ভাই, এনেকৈ  হাও মাও কৰি কিয় কান্দি আছা  ??

⛔ আই পি এলত আমাৰ দল হাৰি গ’ল তাৰ বাবে  !
⛔ তোমাৰ প্রিয় দল খেলত হাৰি গৈছে তাৰবাবে  !
⛔ তোমাৰ প্রিয় খেলুৱৈ হাৰি গৈছে  ,
💢 এইকাৰণেই তোমালোকৰ চকুত পানী আহে  !!!
💢 তোমালোকৰ মন বেয়া হৈ   যায় !!!

🔘খেলত হাৰি যায় কাৰণে তোমালোকৰ চকুত পানী আহে ,
◾অথচ প্রতিদিন হাজাৰ হাজাৰ পাপ কৰি আছা  ,
◾তাৰবাবে চকুত অলপো পানী নাহে  !!!
◾নমাজ নপঢ়ি কুফুৰী কৰিছা ,
◾ ইয়াৰ বাবেও চকুত অলপো পানী নাহে !!!

🔘তোমালোক  মূর্খ !!
🔘তোমালোকৰ বিদ্যাও নাই , বুদ্ধিও নাই  ।
🔘তোমালোক কেতিয়াও শিক্ষিত হব নোৱাৰা ।
🔘শিক্ষিত মানুহ আল্লাহ সম্পর্কে গাফেল/উদাসীন থাকিব নোৱাৰে ।
🔘শিক্ষিত মানুহে আল্লাহৰ  হুকুম অমান্য কৰি দুনিয়াৰ বিনোদনত লিপ্ত থাকিব নোৱাৰে ।
🔘এজন প্রকৃত মুছলিমে  ফৰজ ইবাদত নকৰাকৈ খেল-ধেমালি, গান, গ্যামছ  ইত্যাদি বিভিন্ন হাৰাম কামত লিপ্ত থাকিব নোৱাৰে ।
◻তোমালোক প্রকৃত মুছলিম নহয় ।
◼তোমালোক নামধাৰী  মুছলিম ।

⭕তোমালোকৰ কি কৰা  উচিত আৰু তোমালোকে  কি কৰি আছা  !!!
⭕আফচুচ  তোমালোকৰ বাবে …।

🔘আজি হয়তো আল্লাহ সম্পর্কে গাফেল হৈয়ে আছা  ।
🔘কিন্তু অৱশেষত আল্লাহৰ ওচৰতেই উভতি যাব লাগিব ।
🔴তেতিয়া কত যাব তোমালোকৰ  প্রিয় দল
আৰু প্ৰিয় খেলুৱৈ ?
🔴কি উত্তৰ দিবা  আল্লাহৰ ওচৰত ?

🔘মনত ৰাখিবা ,
তোমালোকৰ এই কর্মৰাজিয়ে  যেন তোমালোকক
জাহান্নামত লৈ নাযায় ।
🔘আজিৰ পৰাই সাবধান হোৱা  ।

⏰সময়ৰ  মূল্যায়ন কৰিবলৈ শিকা ।
⏰সময়ৰ অপচয় কৰি  জাহান্নামত নাযাবা ।
🔯 এতিয়াই আল্লাহৰ ওচৰত   তওবা কৰা  ।
🔙 উভতি আহাঁ  জান্নাতৰ  পথত ।

📚 আল্লাহ তা’আলা কৈছে ,

আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?

[ ছূৰা আন’আম, আয়াত ৩২ ]

✍✍.. আফজল হুছেইন 

Leave a comment