কানাডাত প্রতি সপ্তাহত সম্পূৰ্ণ উলঙ্গ হৈ এজনী নাৰীয়ে হাজাৰ পুৰুষৰ সন্মুখত দীর্ঘ সময় থিয় হৈ থাকে আৰু পুৰুষসকলে তাইৰ যৌৱনৰ প্রশংসা কৰে।
এনে কৰাত তাই যথেষ্ট ডলাৰ আয় কৰে।
দাড়ি চেইভ কৰা ক্রিমৰ বিজ্ঞাপনতো এতিয়া নাৰীকেই ব্যৱহাৰ কৰা হয়। যিকোনো প্রগ্রেমৰ উদ্বোধনী অনুষ্ঠানতো অশ্লীল ভঙ্গিমাত কিছু সংখ্যক ভাড়াতীয়া নাৰীয়ে সিহঁতৰ যৌনতা দেখুৱাই।
এতিয়া আপুনি কওঁক! এইবোৰত নাৰীৰ সন্মান বৃদ্ধি পাইছে নে কমিছে??
আইয়ামে জাহিলিয়্যাতত নাৰীসকলক দুয়োকাষে ঘোঁৰাত বান্ধি দুইফালে এৰি দিয়া হৈছিল আৰু নাৰীৰ দেহটি মূহুৰ্ততে দ্বিখণ্ডিত হৈ গৈছিল। কোনো কন্যা সন্তান জন্ম হ’লে তাক জীৱন্তে কবৰ দিয়া হৈছিল।
ইহুদী ধর্মঃ- নাৰীসকলৰ গুণতকৈ পুৰুষসকলৰ দোষ উত্তম।
খ্রিষ্ট ধর্মঃ- নাৰীসকল নৰকৰ দ্বাৰ।
বৌদ্ধ ধর্মঃ- সকলো পাপৰ মূলতে নাৰী।
হিন্দু ধর্মঃ- নাৰীসকলৰ কোনো উত্তৰাধিকাৰ নাই।
গ্রীচ ধর্মঃ- নাৰীসকল শ্বয়তানৰ প্রতিভূ।
ইছলাম ধর্মঃ-
#মাকৰ ভৰিৰ তলত সন্তানৰ জান্নাত।
#গাতৰ পৰা উঠাই আনি মা, জী, স্ত্রীৰ মর্যদা ইছলামে দিছে তোমালোকক।
#সম্পদত বা অন্য কোনো ক্ষেত্রতে নাৰীসকলৰ বিন্দুমাত্র অধিকাৰ নাছিল। কিন্তু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে সিহঁতৰ
পদতলত জান্নাতৰ টিকট দিছে।
#বিবাহৰ কাৰণে মোহৰ
বাধ্যতামূলক কৰিছে।
#পিতাতকৈ মাতাৰ অধিকাৰ তিনি গুণ বঢ়াইছে।
#সম্পদত সিহঁতৰ ভাগ দিছে।
এতিয়াও হিন্দু ধর্মত নাৰীসকলৰ কোনো সম্পদৰ অধিকাৰ নাই। তথাপিও ইছলামত বোলে নাৰীসকলৰ অধিকাৰ নাই।
হে নাৰী! তুমি তোমাৰ অধিকাৰ জানি লোৱা। জানি লবা! পর্দাতেই তোমাৰ সন্মান ও মর্যাদা আছে ; অশ্লীল দেহ প্রদর্শনীত নহয়। মডাৰ্ণ, ফেশ্বন, পোচাক স্বাধীনতাৰ নামত দয়া কৰি বন্ধ কৰা তোমাৰ উলঙ্গতা। তোমাৰ ইজ্জাত – আবুৰৰ হেফাজত কৰাৰ দায়িত্ব তোমাৰেই।