তলত লিংটো দিলো যত স্বামী জীৰ উক্তি বোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে তাত গৈ পঢ়ি চাবচোন স্বামী বিবেকানন্দই কি কৈছিল গো-হত্যা আৰু গো-মাংস খোৱা সম্পৰ্কে । ৰাজনৈতিক লাভালাভৰ বাবে যিকোনো বিষয় এটাৰ ধৰ্মীয়কৰণ কৰি লোৱাৰ পাছত সেইটো কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা বুলি কলে নহব নহয়।
“You will be astonished if I tell you that, according to the old ceremonials, HE IS NOT A GOOD HINDU WHO DOES NOT EAT BEEF. On certain occasions he must sacrifice a bull and eat it.”
#SWAMI_VIVEKANANDA
In a speech Delivered by Swami Ji, at the Shakespeare Club, Pasadena, California, on February 2, 1900 on the topic “BUDDHISTIC INDIA”.
Read here his whole speech here, you will find this portions of in very last part. OK
http://www.ramakrishnavivekananda.info/vivekananda/volume_3/buddhistic_india.htm