✍✍.. ছহীহ বুখাৰী (ইফাঃ), হাদিছ নং ৬৩৫০
মুহাম্মাদ ইবনু চালাম (ৰহঃ) আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্নিত। নাবী চাল্লাল্লাহু আলাইহি ৱাাছাল্লামে কৈছেঃ সাত শ্ৰেণীৰ লোক, যাক আল্লাহে কিয়ামতৰ দিনা তেওঁৰ ছায়াৰ তলত আশ্রয় দিব, যিদিনা তেওঁৰ ছায়া ব্যতীত বেলেগ অন্য কোনো ছায়া নহব।
👇👇👇
১/ ন্যায়পৰায়ণ বাদশ্বাহ
২/ আল্লাহৰ ইবাদতত নিয়োজিত যুৱক
৩/ এনেকুৱা ব্যক্তি যিয়ে আল্লাহক নির্জনত স্মৰণ কৰে আৰু তাৰ চকুযুৰি অশ্রুসিক্ত হয়
৪/ এনেকুৱা ব্যক্তি যাৰ অন্তৰ মছজিদত নিবদ্ধ থাকে
৫/ এনেকুৱা দুই ব্যক্তি যিয়ে আল্লাহৰ উদ্দেশ্যে পৰস্পৰ ভালোপোৱা স্থাপন কৰে
৬/ এনেকুৱা ব্যক্তি যাক কোনো সুন্দৰী ৰূপহী ৰমণীয়ে নিজৰ ফালে আহ্বান কৰিলে; আৰু সি কয়, মই আল্লাহক ভয় কৰোঁ
৭/ এনেকুৱা ব্যক্তি যিয়ে ছা’দকা কৰিলে আৰু এনেকুৱা গোপনে কৰিলে যে, তাৰ বাওঁ-হাতে নাজানে যে তাৰ সোঁ-হাতে কি কৰে।