সহবাসৰ পুর্বে এই দু‘আ পাঠ কৰিলে ইন শ্বা আল্লাহ নেক সন্তান লাভ কৰিব-

স্ত্রী-সহবাসৰ পুর্বে এই দু‘আ পাঠ কৰিলে ইন শ্বা আল্লাহ নেক সন্তান লাভ কৰিব-

بِسْمِ اللَّهِ، اللَّهُمَّ جَنِّبْنَا الشَّيْطَانَ، وَجَنِّبِ الشَّيْطَانَ مَا رَزَقْتَنَا

#অৰ্থ: আল্লাহৰ নামত। হে আল্লাহ! তুমি আমাৰ পৰা শ্বয়তানক দূৰত ৰাখা আৰু আমাক তুমি যি সন্তান দান কৰিবা তাৰ পৰাও শ্বয়তানক দূৰত ৰাখা।

#উচ্চাৰণ: বিছমিল্লাহি আল্লা-হুম্মা জান্নিবনাশ্ব-শ্বাইত্বানা ওৱা জান্নিবিশ্ব-শ্বাইত্বানা মা ৰযাকতানা।

[বুখাৰী ৬/১৪১, নং ১৪১; মুছলিম ২/১০২৮, নং ১৪৩৪]

Leave a comment