সমাজত বহুল প্ৰচলিত এটি শ্বিৰ্ক !
(যিটো অধিকাংশ ব্যৱসায়ী সকলে কৰি থাকে!)
–
ৰাতিপুৱা বেচাকিনা নকৰাকৈ কোনো কাষ্টমাৰ ( গ্ৰাহক ) ক বাকী দিলে আৰু সন্ধিয়াৰ সময়ত বাকী দিলে ব্যৱসায় অমংগল হয় এই ধাৰণা কৰা শ্বিৰ্ক !।কাৰন ইয়াত বাকী দিয়াক অমংগল /অশুভ হিচাবে মানি লোৱা হৈছে ।
–
ৰাছুল্লাহ(ছা:) কৈছে ,কোনো বস্তুক কু-লক্ষন/ অশুভ ভবা শ্বিৰ্ক । কোনো বস্তুক কু-লক্ষন ভবা শ্বিৰ্ক । এইকথা তেওঁ তিনিবাৰ কৈছে । আমাৰ কাৰোবাৰ মনত কিবা ভাৱ হোৱা স্বাভাৱিক । কিন্তু আল্লাহৰ ওপৰত ভৰসা কৰিলে তেওঁ সেইটো দূৰ কৰি দিব। [ আবুদাউদ : ৩৯১০]