সমাজত তুচ্ছ বুলি ভবা কিছুমান অতি ভয়াবহ কাম

যিবোৰ কাম মানুহে তুচ্ছ বুলি ভাৱে¸ অথচ ইয়াৰ কিছুমানৰ পৰিণাম অতি ভয়াৱহ–

1. শ্বির্ক কৰা
2. ছুন্নাতক অৱমাননা কৰা
3. কবৰপূজা কৰা
4. গায়ৰুল্লাহৰ নামত যবেহ কৰা
5. হালালক হাৰাম ও হাৰামক হালাল বুলি ভৱা
6. জাদু আৰু ভাগ্যগণনা
7. ৰাশিফল ও মানৱ জীৱনৰ ওপৰত গ্রহ-নক্ষত্রৰ প্রভাৱ সম্পর্কিত বিশ্বাস
8. স্রষ্টাই যিবোৰ বস্তুত যি কল্যাণ ৰখা নাই তাত সেই কল্যাণ থকাৰ আক্কীদা পোষণ কৰা
9. লোকক দেখুৱা ইবাদত
10. কুলক্ষণ
11. আল্লাহৰ বাহিৰে অন্যৰ নামত কচম কৰা
12. খাতিৰ ৰক্ষাৰ কাৰণে মুনাফিক ও ফাছিকসকলৰ লগত উঠা-বহা কৰা
13. ছালাতত ধীৰস্থিৰতা পৰিহাৰ কৰা
14. ছালাতত অনর্থক কাম ও বেছিকৈ লৰচৰ কৰা
15. ছালাতত ইচ্ছাপূর্বক ইমামৰ আগতে মুক্তাদীৰ গমন
16. পিয়াজ-নহৰু নাইবা দুর্গন্ধযুক্ত বস্তু খাই মছজিদলৈ গমন
17. ব্যভিচাৰ
18. পুংমৈথুন বা সমকামিতা
19. শ্বৰ‘ঈ ওজৰ অবিহনে স্ত্রী কর্তৃক স্বামীৰ শয্যা গ্রহণ অস্বীকাৰ কৰা
20. শৰ‘ঈ কাৰণ ব্যতীত স্ত্রী কর্তৃক স্বামীৰ ওচৰত তালাক প্রার্থনা কৰা
21. যিহাৰ অৰ্থাৎ স্ত্ৰীক মা বুলি মাতা
22. মাহেকীয়াৰ সমযত স্ত্রী সহবাস কৰা
23. পশ্চাৎদ্বাৰেদি স্ত্রীগমন
24. স্ত্রীসকলৰ মাজত সমতা ৰক্ষা নকৰা
25. গায়েৰ মাহৰাম মহিলাৰ সৈতে নির্জনত অৱস্থান
26. বিবাহ বৈধ এনেকুৱা মহিলাৰ সৈতে কৰমর্দন
27. পুৰুষৰ মাজলৈ সুগন্ধি সানি নাৰীৰ গমনাগমন
28. মাহৰাম আত্মীয় অবিহনে মহিলাসকলৰ ছফৰ
29. গায়েৰ মাহৰাম মহিলাৰ প্রতি ইচ্ছাপূর্বক দৃষ্টিপাত কৰা
30. দাইয়ূছী
31. পালক সন্তান গ্রহণ ও নিজ সন্তানৰ পিতৃত্ব অস্বীকাৰ কৰা
32. সুত খোৱা
33. বিক্রী কৰিবলগীয়া পণ্যৰ দোষ গোপন কৰা
34. দালালী কৰা
35. জুমু‘আৰ ছালাতৰ আযানৰ পিছত বেচা-কিনা কৰা
36. জুৱা খেলা
37. চুৰি কৰা
38. মাটি আত্মসাৎ কৰা
39. ঘোষ লোৱা আৰু দিয়া
40. ছুপাৰিশৰ বিনিময়ত উপহাৰ গ্রহণ
41. শ্রমিকৰ পৰা ষোল্লআনা শ্রম আদায় কৰি সম্পূৰ্ণ মজুৰী নিদিয়া
42. সন্তানসকলৰ উপহাৰ প্রদানত সমতা ৰক্ষা নকৰা
43. ভিক্ষাবৃত্তি
44. ঋণ পৰিশোধত অনীহা প্রকাশ কৰা
45. হাৰাম ভক্ষণ
46. মদ্যপান
47. সোণ-ৰূপৰ পাত্র ব্যৱহাৰ ও তাত পানাহাৰ কৰা
48. মিছা সাক্ষী দিয়া
49. বাদ্যযন্ত্র ও গান
50. গীবত বা পৰনিন্দা
51. চোগলখুৰী কৰা
52. অনুমতি অবিহনে আনৰ ঘৰত উকি দিয়া ও প্রৱেশ কৰা
53. তৃতীয় জনক বাদ দি দু’জনে একাষৰীয়াকৈ পৰামর্শ বা আলাপ কৰা
54. ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পৰিধান কৰা
55. পুৰুষসকলে স্বর্ণালংকাৰ ব্যৱহাৰ কৰা
56. মহিলাসকলে চুটি, পাতল ও টাইট পোচাক পৰিধান কৰা
57. পৰৰ চুলি ব্যৱহাৰ কৰা
58. পোচাক-পৰিচ্ছদ ও কথা-বতৰাত নাৰী-পুৰুষে পৰস্পৰৰ বেশ ধাৰণ কৰা
59. বগা চুলি-দাঁড়িত ক’লা ৰং ব্যৱহাৰ কৰা
60. প্রাণীৰ ছবি অঙ্কন কৰা
61. মিছা স্বপ্ন কোৱা
62. কবৰৰ ওপৰত বহা, কবৰ পদদলিত কৰা ও কবৰস্থানত মল-মূত্র ত্যাগ কৰা
63. পেচাবৰ পিছত পবিত্র নোহোৱা
64. কোনো ব্যক্তিৰ অনীহা সত্ত্বেও গোপনে সিহঁতৰ আলাপ শ্রবণ কৰা
65. প্রতিবেশীৰ সৈতে বেয়া ব্যৱহাৰ কৰা
66. অচীয়তৰ দ্বাৰা ক্ষতিগ্রস্ত কৰা
67. দবা খেলা
68. কোনো মুছলিমক অভিশাপ দিয়া আৰু যিয়ে অভিশাপ পোৱাৰ যোগ্য নহয় তাক অভিশাপ দিয়া
69. বিলাপ ও মাতম কৰা
70. মুখমণ্ডলত আঘাত কৰা ও দাগ দিয়া
71. শ্বৰ‘ঈ কাৰণ ব্যতীত তিনি দিনৰ ঊর্ধ্বত কোনো মুছলিমৰ সৈতে সম্পর্ক ছেদ কৰা
72. হহুৱাবৰ কাৰণে মিছা কোৱা ইত্যাদি

Leave a comment