শোৱাৰ সময়ত পালনীয় ১০টি ছুন্নাত

*আচ্ছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহি ওৱা বৰকাতুহু* ।।

 *শোৱাৰ সময়ত পালনীয় ১০টি ছুন্নাত*:-

১.ভালদৰে বিছনা জোকাৰি লোৱা।
_______(বুখাৰীঃ ৬৩২০)

২. ঘৰৰ দৰ্জা আল্লাহৰ নামত বন্ধ কৰা। _______(বুখাৰীঃ ৫৬২৩)

৩. শয়নৰ সমযত দু’আ পাঠ কৰা (যেনে- ‘আল্লাহুম্মা বিছমিকা আ’মুতু ওৱা আহইয়া’)।
_________(বুখাৰীঃ ৬৩১৪)

৪. সোঁ-কাতি হৈ শোৱা।
________(বুখাৰীঃ ৬৩১৫)

৫. নাপাক অৱস্থাত শুব লগা হ’লে শৰীৰৰ নাপাকি স্থান ধুই অযু কৰি লোৱা। _________(বুখাৰীঃ ২৮৮)

৬. সাধাৰণতঃ চতৰ খোলা অৱস্থাত নোশোৱা।
________(তিৰমিযীঃ ২৭৬৯)

৭. বিনা কাৰণত ওপৰমুৱা হৈ নোশোৱা। ________(তিৰমিযীঃ ২৭৬৮)

৮. শোৱাৰ সমযত লেম্প-চাকি জ্বলাই নৰখা।
_________(তিৰমিযীঃ ১৮১৩)

৯. দুঃস্বপ্ন দেখিলে পার্শ্ব পৰিৱর্তন কৰি শোৱা।
________(মুছলিমঃ ৫৯০১)

১০. দুঃস্বপ্ন দেখিলে প্রথমে বাওঁ-ফালে তিনিবাৰ থুথু ছটিয়াই দিয়া আৰু “দুঃস্বপ্ন ও শ্বয়তানৰ পৰা- “হে আল্লাহ মই তোমাৰ ওচৰত আশ্রয় বিচাৰোঁ” এনেকৈ তিনিবাৰ কোৱা। দুঃস্বপ্নৰ কথা কাকো নোকোৱা। __________(মুছলিমঃ ৫৯০২)।

শুৱাৰ সময়ৰ ১১ নং চূন্নত : দুয়ো হাতৰ তলুৱা একেলগ কৰি লাহে লাহে ফুৱাই দি চুৰা ইখলাচ, চুৰা ফালাক আৰু চুৰা নাছ পঢ়িব লাগে, তাৰ পিছত দুয়ো হাতৰ তলুৱা মূৰৰ পৰা আৰম্ভ কৰি ভৰি লৈকে আৰু পিছফালে ঢুকি পোৱলৈকে বুলাই দিব লাগে (বুখাৰী, ফাতহুল বাৰি ৯/৬২, মুছলিম ৪/১৭২৩)

Leave a comment