~~~~
১। হাৰাম খাদ্য ভক্ষণকাৰী জান্নাতত যাব নোৱাৰিব। (ছুনানে বাইহাকী, হা/৫৫২০)
২। আত্মীয়তাৰ সম্পর্ক বিচ্ছিন্নকাৰী জান্নাতত যাব নোৱাৰিব। (ছহীহ বুখাৰী, হা/৫৫২৫)
৩। প্রতিবেশীক কষ্ট দানকাৰী জান্নাতত যাব নোৱাৰিব। (ছহীহ মুছলিম, হা/৬৬)
৪। মাতা-পিতাৰ অবাধ্য সন্তান, দাইউছ আৰু পুৰুষৰ বেশ ধাৰণকাৰিণী মহিলা জান্নাতত যাব নোৱাৰিব। (মুস্তাদৰাক হাকিম, হা/২২৬)
৫। অশ্লীলভাষী আৰু উগ্র মেজাজী ব্যক্তি জান্নাতত যাব নোৱাৰিব। (আবু দাউদ, হা/৪১৬৮)
৬। অধীনস্থসকলক প্ৰৱঞ্চনাকাৰী শাসক জান্নাতত যাব নোৱাৰিব। (ছহীহ বুখাৰী, হা/৬৬১৮)
৭। আনৰ সম্পদ আত্মসাৎকাৰী জান্নাতত যাব নোৱাৰিব। (ছহীহ মুছলিম, হা/১৯৬)
৮। উপকাৰ কৰি খোটা দানকাৰী, অবাধ্য সন্তান আৰু মদ্যপানকাৰী জান্নাতত যাব নোৱাৰিব। ছুনানে নাছাঈ, হা/৫৫৭৭)
৯। চোগলখোৰ/সমালোচনাকাৰী জান্নাতত যাব নোৱাৰিব। (ছহীহ মুছলিম, হা/১৫১)
১০। আনৰ পিতৃক নিজৰ পিতৃ বুলি পৰিচয়দানকাৰী জান্নাতত যাব নোৱাৰিব। (ছহীহ বুখাৰী, হা/৬২৬৮)
১১। অহংকাৰীৰ বাবে জান্নাত হাৰাম। (ছহীহ মুছলিম, হা/১৩১)
১২। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যকাৰী জান্নাতত যাব নোৱাৰিব। [যিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য নকৰে]। (ছহীহ বুখাৰী, হা/৬৭৩৭)
১৩। অকাৰণে তালাক কামনাকাৰিণী নাৰী জান্নাতত যাব নোৱাৰিব। (ছুনানে তিৰমিজি, হা/১১০৮)
১৪। দুনিয়াবী উদ্দেশ্যত ইলম (জ্ঞান) অর্জনকাৰী আলিম জান্নাতত যাব নোৱাৰিব। (আবু দাউদ, হা/৩১৭৯)
১৫। দাঁড়ি-চুলিত ক’লা ৰং ব্যৱহাৰকাৰী জান্নাতত যাব নোৱাৰিব। (ছুনানে নাছাঈ, হা/৪৯৯৮৮)
১৬। ৰিয়াকাৰী [লোকক দেখুৱাই আমল কৰা লোক] জান্নাতত যাব নোৱাৰিব। (ছহীহ মুছলিম, হা/৩৫২৭)
১৭। ওৱাৰিছক বঞ্চিতকাৰী জান্নাতত যাব নোৱাৰিব। (ছুনানে ইবনে মাজাহ, হা/২৬৯৪)