وَالَّذِينَ يُؤْذُونَ الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ بِغَيْرِ مَا اكْتَسَبُوا فَقَدِ احْتَمَلُوا بُهْتَانًا وَإِثْمًا مُّبِينًا
যিসকলে বিনা অপৰাধত মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক কষ্ট দিয়ে, সিহঁতে মিছা অপবাদ আৰু প্রকাশ্য পাপৰ বোজা বহন কৰে। ((ছূৰা আল আহযাব,৫৮)
)إِنَّ الَّذِينَ فَتَنُوا الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ثُمَّ لَمْ يَتُوبُوا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِيق
ِযিসকলে মুমিন পুৰুষ আৰু মুমিন নাৰীক নিপীড়ন কৰিছে, তাৰ পিছত তওবা কৰা নাই, সিহঁতৰ কাৰণে আছে জাহান্নামৰ শাস্তি আৰু আছে দহন যন্ত্রণা ।
,((ছূৰা আল বুৰুজ, ১০ ))