যিকোনো নিচাজাতীয় দ্ৰব্য খোৱা হাৰাম।
———————————————————
কুৰআন আৰু হাদীছৰ পৰা দলিল-
(১) চিগাৰেটৰ পেকেটত লিখা থাকে- ”ধুমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ” ই slow poisoning. লাহে লাহে মৃত্যু ঘটায়…..
# “নিজেই নিজকে ধ্বংসৰ ফালে নিক্ষেপ নকৰিবা” (ছূৰা বাকাৰাহঃ ১৯৫)।
(২) চিগাৰেট¸ গুল¸ জৰ্দা¸ চাধাই কোনো উপকাৰ নকৰে। এইবোৰ অপব্যয়…..
# “নিশ্চয় অপব্যয়কাৰী শ্বয়তানৰ ভাই” (ছূৰা ইছৰাঃ ২৭)।
(৩) নিচাজাতীয় বস্তু পুষ্টিকৰো নহয় আৰু ই ক্ষুধা নিবাৰণো নকৰে…..
# জাহান্নামীসকলৰ খাদ্য প্ৰসঙ্গত- “এইটোৱে সিহঁতৰ পুষ্টিও নোযোগায় আৰু ক্ষুধা নিবাৰণো নকৰে” (ছূৰা গাছিয়াঃ ৭)।
(৪) নিচাজাতীয় দ্ৰব্য অপবিত্ৰ…..
# “তোমালোকৰ কাৰণে পবিত্ৰ বস্তু হালাল কৰা হৈছে আৰু অপবিত্ৰ বস্তু হাৰাম কৰা হৈছে” (ছূৰা আৰাফঃ ১৫৭)।
(৫) চিগাৰেট¸ গুল¸ জৰ্দা¸ চাধা ইত্যাদি নিচাজাতীয় বস্তু…..
# নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- “প্ৰত্যেক নিচাজাতীয় বস্তুৱেই মাদক (খামাৰ) আৰু প্ৰত্যেক নিচাজাতীয় বস্তুৱেই হাৰাম” (মুছলিমঃ ২০০৩)।
(৬) চিগাৰেটৰ ধোঁৱাই মানুহক যথেষ্ট কষ্ট দিয়ে…..
# নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- “যি ব্যক্তিয়ে আখিৰাতৰ ওপৰত বিশ্বাস ৰাখে সি যেন প্ৰতিবেশীক কষ্ট নিদিয়ে” (ছহীহ বুখাৰী)।
(৭) (শীতল পানীয়ৰ ক্ষেত্ৰত য’ত Alcohol থাকে)
যিটো বস্তু বেছি পৰিমাণে খালে নিচা হয়…..
# নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- “যিটো অধিক পৰিমাণে সেৱন কৰিলে নিচা হয়¸ সেইটো কম পৰিমাণে সেৱন কৰাও হাৰাম” (তিৰমিজীঃ ১৮৬৫¸ আবু দাউদঃ ৩৬৮১)।
নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যেতিয়া হালাল বস্তু যেনে- কেচাঁ পিয়াজ আৰু নহৰু খাই মছজিদলৈ যাব মানা কৰিছে¸ তেনে ক্ষেত্ৰত কেনেকৈ আমি এই হাৰাম বস্তুবোৰ খাই মছজিদলৈ গৈ নামাজ পঢ়োঁ?
আল্লাহে আমাক সকলোকে এই হাৰাম বস্তুবোৰৰ পৰা বিৰত ৰাখক। আমিন।