মেৰী খ্ৰীষ্টমাছ কোৱাৰ বিধান কি .❓ ➡ ইয়াৰ অৰ্থ বা উদ্দেশ্য কি ……❓ ➡ আমি কোনোবা খ্ৰীষ্টানক মেৰী খ্ৰীষ্টমাছ কব পাৰিম নে ….❓

🚫ATTENTION🚫
👉  Merry Christmas   ( খ্ৰীষ্টমাছ ডে) ৰ তাৎপৰ্য ।
~~~~~~~~~~~~~~~~~~~
❓❓ গুৰুত্বপূৰ্ণ প্ৰশ্ন  ❓❓❓   ———————————————-
➡ মেৰী খ্ৰীষ্টমাছ কোৱাৰ বিধান কি  .❓
➡ ইয়াৰ অৰ্থ বা উদ্দেশ্য কি   ……❓
➡  আমি কোনোবা খ্ৰীষ্টানক মেৰী খ্ৰীষ্টমাছ কব পাৰিম নে  ….❓
        __________________
           🔬  উত্তৰ  🔬
        —————————-
👉 মেৰী খ্ৰীষ্টমাছৰ মানে হ’ল  …. আল্লাহে সন্তান গ্ৰহণ কৰিছে , অভিনন্দন জনোৱা হ’ল ।

🚫  نعوذبااللہ من ذلك🚫
  এনে আকিদা পোষণ কৰাটো কুফৰী৷ এনে আকীদাই এজন  মুছলিমৰ ঈমান ধ্বংস কৰি দিয়ে ।

       _____××××××_____
👉 মহান আল্লহে ক্বুৰআনত কৈছে ,   _____

(قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا احد) سورة إخلاص. جزء ٣٠

অৰ্থ —– হে নবী তুমি কোৱা , আল্লাহ এক আৰু অদ্বিতীয় ।
আল্লাহ কাৰো মুখাপেক্ষী নহয় , সকলো তেওঁৰেই মুখাপেক্ষী ।
তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই ।
তেওঁৰ (আল্লাহৰ) সমতুল্য কোনো নাই ।
    “””””””””””””””””””””””””””””””””””””
আমি  মুছলিম …. গতিকে আমি কাকো মেৰী খ্ৰীষ্টমাছ বুলি কব নোৱাৰি আৰু হেপ্পী নিউ ইয়াৰো কব নোৱাৰি ।

    **********************
       عليه الصلاة والسلام. ঈছা
ক খ্ৰীষ্টানসকলে আল্লাহৰ সন্তান বুলি কয় আৰু তেওঁৰ জন্মদিনৰ আনন্দত খ্ৰীষ্টমাছ ডে পালন কৰে ।
গতিকে আল্লাহৰ নিমিত্তে মুছলিম হোৱাৰ কাৰণে
নিজৰ ঈমানৰ খাতিৰত খ্ৰীষ্টমাছ ডে কোৱা আৰু খ্ৰীষ্টমাছ উৎসৱ পালন কৰাৰ পৰা বিৰত থাকক ।
   
চেয়াৰ কৰি সকলো মুছলিমৰ ওচৰত পৌঁছাই দিয়াৰ চেষ্টা কৰক । নিশ্চয় আল্লহে উত্তম প্ৰতিদান দিব ।
       _________________

🍀🍀🍀🍀🍀🍀🍀

Leave a comment