মুছলিম জীৱন অাক্বীদাৰ ওপৰত প্রতিষ্ঠিত। যাৰ অাক্বীদা সঠিক নহয়, সি একেবাৰেই ব্যর্থ মানুহ। কাৰণ বিশুদ্ধ অাক্বীদা মুমিন জীৱনৰ মূল চাবিকাঠি আৰু মুছলিম উম্মাহৰ সুদৃঢ় ভিত্তি। সেই বিশ্বাসৰ অালোকতেই মানুহ তাৰ সকলো কর্ম সম্পাদন কৰি থাকে। কিন্তুু মুছলিমসকলৰ অধিকাংশই ভ্রান্ত্র অাক্বীদা পোষন কৰি থাকে। কোনোবাই কুফৰী অাক্বীদা লালন কৰিছে, কোনোবাই শ্বিৰ্কী, কোনোবাই বিদ-অাতী। এইভাৱে মনৰ অজানিতেই তেওঁলোকে ঈমান ও অামল ধ্বংস কৰি দিছে । অাক্বীদাৰ ক্ষেত্ৰত তেওঁলোক খুবেই উদাসীন। তেওঁলোকৰ ওচৰত অাক্বীদাৰ কোনো গুৰত্বই নাই।
# এফালে ধর্মৰ নামত শ্বিৰ্কী অাস্তানাৰ ইবাদত কৰিছে। কবৰ, খানকা, মাজাৰ, দৰগাহ, গছ, পাথৰ, পুখুৰী , মাছ, কুমিৰ, কাছ, পাৰ, পীৰ, ফকীৰ, বুযুর্গ, প্রভৃতি মিছা মা’বুদৰ পূজা কৰিছে। তেওঁলোকে মুখত “লা ইলা-হা ইল্লাল্লাহু'” উচ্চাৰণ কৰিলেও প্রাণহীন দেহৰ দৰে ঈমানশূন্য ধৰে পৰিণত হৈছে । তেওঁলোকে উক্ত পৱিত্র বাক্যৰ সৈতে চৰম মুনাফেক্বী কৰিছে।
# তেওঁলোক মুছলিম নামৰ কলঙ্গ, বিশ্বাসঘাতক। তেওঁলোকে মছজিদত যায় ঈমান জাহিৰ কৰিব, অাৰু মাজাৰত যায় দু”অা, মুনাজাত আৰু ইবাদত কৰিবলৈ । এওঁলোক মুছলিম হোৱা সত্বেও মছজিদত যায়,মাজাৰতো যায়, মক্কাতো যায়, অাকৌ মন্দিৰতো যায়। সমাজত এওঁলোকৰ সংখ্যাই বেছি ।
# অাল্লহ তা’য়ালা কৈছে , – তেওঁলোকৰ অধিকাংশই যিসকলে অাল্লহক বিশ্বাস কৰে, তেওঁলোকেই মুশৰিক। ছুৰা-ইউছুফ-১০৬-
# তেওঁলোকৰ ওচৰত নির্ভেজাল তাওহীদৰ কোনো মূল্য নাই । এই ধৰণৰ অাক্বীদা লৈ জীৱন পৰিচালনাৰ কাৰণেই মুছলিম উম্মাহ অাজি ইহুদী, খ্রীষ্টান আৰু বিধর্মীসকলৰ অসহায়ৰ চিকাৰ । তেওঁলোকৰ মুনাফেক্বী অার্তনাদ অাল্লহ কবুল নকৰে ; কুফৰী অাক্বীদাযুক্ত দু”অা তেওঁৰ ওচৰত নাযায় ; শ্বিৰ্ক মিশ্রিত কন্দা তেওঁ শ্ৰৱণ নকৰে ; তেওঁলোকৰ বিদ-অাতী অার্ত চিঞৰ অাল্লাহক খুচী কৰিব নোৱাৰে । ভাইৰাছ মিশ্রিত এই অপৱিত্র অাক্বীদাৰ কাৰণে অাল্লাহৰ বিশেষ ৰহমত নাযিল নহয়। সেয়ে সর্বাগ্রে অাক্বীদাক পৰিশুদ্ধ কৰিব লাগিব ।
# শ্বিৰ্কৰ ধ্বজাধাৰী বিভিন্ন দল ও গোষ্ঠী উপমহাদেশৰ ভ্রান্ত্র অাক্বীদাৰ বীজ বহন কৰি গৈছে বিনা পুজিৰ ৰমৰমা ব্যৱসায় কৰিছে । সেয়ে তেওঁলোকৰ অন্ধ এজেন্ট নহৈ স্বাধীন মানসিকতা লৈ নিজৰ বিশ্বাসক পৱিত্র কুৰঅান ও চহীহ হাদিচৰ মানদন্ডত বাচনি কৰিব লাগিব । তাৰপিছত ইহচানৰ সৈতে প্রশান্তচিত্তে অাল্লাহৰ ইবাদত কৰিব লাগিব । অামাৰ দোৱা ও ইবাদত সমূহক যাতে শ্বিৰ্কৰ মহামাৰীত খাই নেপেলায়! অাল্লহ তায়ালা যাতে অামাক সকলোকে দ্বীনৰ সঠিক বুজাৰ আৰু জনাৰ তৌফিক দান কৰে! -[অামিন]-

✍✍.. তাহেৰা বেগম