মুছলিমসকলে বিহুত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি দাৰুল উলুম দেওবন্দৰ ফতোৱা

অসমত বিহু নামৰ এটা উৎসৱ পালন কৰা হয় । এইটো অসমীয়া জাতিৰ মানুহ সকলৰ । অসমীয়া জাতিৰ মাজত কিছু মুছলিম আৰু কিছু অমুছলিম আছে । তেনেহলে কি মুছলিমসকলৰ বাবে বিহু পালন কৰা জায়েজ  নে ?
অমুছলিম সকলে এই উৎসৱত বহুত হাৰাম কাম কৰে – কিন্তু মুছলিম সকলে যদি কোনো হাৰাম কাম নকৰে তেনেহলে কি এই উৎসৱ পালন কৰিব পাৰিব নে ? এই উৎসৱত মুছলিম সকলে অন্য মানুহক খাবলৈ আমন্ত্ৰণ কৰে । ভাল ভাল খোৱা বস্তু তৈয়াৰ কৰে – ইত্যাদি ।

Fatwa ID :1218-1252/M=01/1438

বিহু যদিও জাতীয় উৎসৱ কিন্তু বিশেষ/ বিশ্বাসী সূত্ৰৰ পৰা জানিব পাৰিছোঁ এই উৎসৱ অন্য জাতিৰ আদৰ্শ বুলি গণ্য কৰা হয় । এইটোত অমুছলিম সকলে বহুত হাৰাম কাম কৰে , যেনে মদ খোৱা, নিচা কৰা , নাচ গান ইত্যাদি ।
এইকাৰণেই মুছলিম সকলে এই উৎসৱ পালন কৰিব নালাগে আৰু সিহঁতৰ কোনো প্ৰগ্ৰামতো চামিল হব নালাগে।

03/01/1438

  উত্তৰ : হাবিবুৰ ৰহমান
মাহমুদ হুছেইন ।

দাৰুল ইফতা , দাৰুল উলুম দেওবন্দ ।

Leave a comment