“মুছলমান সকলৰ স্মৰণীয় ২৮+ টা আবিষ্কাৰ

*”মুছলমান সকলৰ স্মৰণীয় ২৮+ টা  আবিষ্কাৰ”*

 _”নাস্তিক সকলে  সদায়ে কৈ থাকে জ্ঞান-বিজ্ঞানত  মুছলমান সকলৰ কোনো অবদান নাই । আজিৰ  এই পোষ্টটোয়ে নিশ্চয় প্ৰমাণিত কৰিব জ্ঞান-বিজ্ঞানত মুছলমান সকলৰ  কিমান  অবদান আছেঃ-_

“মুছলমান সকলৰ  স্মৰণীয় ২৮+ টা আবিষ্কাৰ”

 *১. ৰসায়নৰ জনক – (জাবিৰ ইবনে হাইয়ান)*

২. বিশ্বৰ শ্রেষ্ঠ ভূগোলবিদ – (আল-বেৰুনি)

 *৩. আধুনিক চিকিৎসা বিজ্ঞানৰ জনক – (ইবনে সিনা)*

৪. হৃদযন্ত্ৰত তেজ চলাচল আবিষ্কাৰক – (ইবনুল নাফিস)

 *৫. বীজগণিতৰ জনক – (আল-খাওয়াৰিজমি)*

৬. পদার্থ বিজ্ঞানত শূন্যেৰ অবস্থান নির্ণয়কাৰী – (আল-ফাৰাবি)

 *৭. আলোক বিজ্ঞানৰ জনক – (ইবনে আল-হাইছাম)*

৮. এনালিটিক্যাল জ্যামিতিৰ জনক – (ওমৰ খৈয়াম)

 *৯. সাংকেতিক বার্তাৰ পাঠোদ্ধাৰকাৰী – (আল-কিন্দি)*

১০. গুটিবসন্ত আবিষ্কাৰক – (আল-ৰাজি)

 *১১. টলেমিৰ মতবাদ ভ্রান্ত প্রমাণকাৰী – (আল-বাত্তানি)*

১২. ত্রিকোণমিতিৰ জনক – (আবুল ওয়াফা)

 *১৩. স্টাটিক্সৰ প্রতিষ্ঠাতা – (ছাবেত ইবনে কোৰা)*

১৪. পৃথিবীৰ আকাৰ ও আয়তন নির্ধাৰণকাৰী – (বানু মুছা)

 *১৫. মিল্কিওয়েৰ গঠন শনাক্তকাৰী – (নাছিৰুদ্দিন তুসি)*

১৬. এলজাব্রাত প্রথম উচ্চতৰ পাওয়াৰ ব্যবহাৰকাৰী – (আবু কামিল)

 *১৭. ল’ অব মোশনৰ পথ প্রদর্শক – (ইবনে বাজ্জাহ)*

১৮. এৰিস্টোটলৰ দর্শন উদ্ধাৰকাৰী – (ইবনে ৰুশদ)

 *১৯. ঘড়ীৰ পেন্ডুলাম আবিষ্কাৰক – (ইবনে ইউনূছ)*

২০. পৃথিবীৰ ব্যাস নির্ণয়কাৰী – (আল-ফৰগানি)

 *২১. পৃথিবীৰ প্রথম নির্ভুল মানচিত্র অঙ্কনকাৰী – (আল-ইদ্রিসী)*

২২. বিশ্বৰ প্রথম স্বয়ংক্রিয় যন্ত্রৰ আবিষ্কাৰক – (আল-জাজাৰি)

 *২৩. সূর্যৰ সর্বোচ্চ উচ্চতাৰ গতি প্রমাণকাৰী – (আল-জাৰকালি)*

২৪. মানবজাতিৰ সংক্ষিপ্ত ইতিহাস প্রণেতা – (আবুল ফিদা)

 *২৫. বৈজ্ঞানিক বিপ্লবৰ অগ্রদূত – (ইবনে আল-শাতিৰ)*

২৬. ভূগোলত বিশ্বকোষ প্রণেতা – (আল-বাকৰি)

 *২৭. প্ল্যানেটাৰি কম্পিউটাৰ আবিষ্কাৰক – (আল-কাশি)*

২৮. বীজগণিতৰ প্রতীক উদ্ভাবক -(আল-কালাসাদি)

 *আদিৰ ওপৰিও আৰু বহু কেইগৰাকীমান মুছলমান বিজ্ঞানী  আছে ।।*

তথ্য সমূহ ভাল লাগিলে পোষ্টটো সকলোলৈ শ্বেয়াৰ কৰিব ।।

— Musaraf hussain

Leave a comment