إِذْ يَتَلَقَّى الْمُتَلَقِّيَانِ عَنِ الْيَمِينِ وَعَنِ الشِّمَالِ قَعِيدٌ
যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহি দুজন ফিৰিস্তাই (তাৰ আমল) গ্ৰহণ কৰে;
مَا يَلْفِظُ مِنْ قَوْلٍ إِلَّا لَدَيْهِ رَقِيبٌ عَتِيدٌ
সি যি কথাই উচ্চাৰণ কৰে তাৰ ওচৰত সদায় উপস্থিত সংৰক্ষণকাৰী আছে৷
— আল কোৰআন ৫০:১৭-১৮
বেয়া ভাষা আৰু বেয়া কথা কোৱা সকল সাৱধান👆🏽👆🏽👆🏽