বিধর্মীসকলে যেতিয়া দলে দলে ইছলাম গ্রহণ কৰিবলৈ লৈছে। ঠিক সেই সময়তে আপুনি ইছলামৰ পৰা বাহিৰ হৈ গৈছে।

বিধর্মীসকলে যেতিয়া দলে দলে ইছলাম গ্রহণ কৰিবলৈ লৈছে। ঠিক সেই সময়তে আপুনি ইছলামৰ পৰা বাহিৰ হৈ গৈছে। আপুনি মুছলিম পৰিয়ালত জন্ম গ্ৰহণ কৰিছে আৰু হিন্দুসকলৰ আচৰণ গ্ৰহণ কৰিছে। আপুনি মদ খায়, আপুনি ঘোষ খায়, আপুনি সুত খায়¸ আপুনি অন্ধবিশ্বাসী¸ আপোনাৰ দেহত তাবিজ¸ হাতত ৰং বিৰঙৰ সুতা-কাপোৰ বান্ধি লয়। গণকৰ ওচৰলৈকো যায়। পীৰ-মাজাৰ একো বাদ নিদিয়ে। ভাই আপুনি শুই আছে কিয়?

আপুনি হিন্দুসকলৰ আচৰণ তো কৰিবই। আপোনাৰ অন্তৰত তো কোৰআন হাদীছৰ জ্ঞান নাই।

চাওঁক ভাই! ভণ্ডামি ত্যাগ কৰক। আল্লাহে কিন্তু আপোনাক ধমকি দিছে।
চাওঁক আল্লাহে কি কৈছে-

وَإِنْ تَتَوَلَّوْا يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوا أَمْثَالَكُمْ

“যদি তোমালোকে মুখ ঘূৰাই নিয়া, তেনেহ’লে তেওঁ তোমালোকৰ পৰিৱর্তে অন্য জাতিক প্রতিষ্ঠিত কৰিব, ইয়াৰ পিছত সিহঁত তোমালোকৰ দৰে নহব।”-(ছূৰা মুহাম্মদ- ৪৭/৩৮)

Leave a comment