ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কিছুমান অতি গুৰুত্বপূৰ্ণ বাণী কোনো ব্যক্তিৰ পাহৰি যোৱা ঠিক নহব:
👇👇👇
👇👇👇
“মোৰ এই নির্দেশৰ ভিতৰত যিজনে এনে কিবা নবাৱিস্কাৰ কৰিব যি তাৰ অন্তর্ভুক্ত নাছিল, সেয়া পৰিত্যজ্য।” (বুখাৰী হা/২৬৯৭; মুছলিম হা/৩২৪২ ; আবু দাউদ হা/৩৯৯০ ; ইবনু মাজাহ হা/১৪)।
তেওঁ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে: “যিজনে এনে আমল কৰিলে যাৰ ওপৰত মোৰ কোনো নির্দেশ নাই সেই আমলটো অগ্রহণযোগ্য।” মুত্তাফাকুন আলাইহি হা/৩২৪৩।
গতিকে আমি কাৰ স্বার্থ ৰক্ষাৰ্থে তথাকথিত হুজুৰসকলৰ ধোঁকাত পৰি নবী (ছাঃ) ৰ পৰা ছহীহ ছনদ সহ বর্ণিত হাদীছসমূহ এৰি দি নিজকে বিপদগামী কৰিম?
আহক! আমি ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ শাফায়াত প্রাপ্তিৰ প্রত্যাশাত নিজকে তেওঁৰ ছহীহ ছূন্নাহমুখী কৰো।