বিছমিল্লাহৰ পৰিৱৰ্তে ৭৮৬ কোৱা বা লিখা
শ্বিৰ্ক-
______________________________
__________
কিছুবছৰ ধৰি মুছলিমসকলৰ মাজত বিভিন্ন
ক্ষেত্ৰত ৭৮৬ সংখ্যা লিখাৰ প্ৰচলন
আৰম্ভ হৈছে আৰু সেয়া দিনক দিনে ব্যাপকৰ
পৰা ব্যাপকতৰ ৰূপ ধাৰণ কৰিছে। এই
সংখ্যাটো লিখাৰ বিষয়ে বহুতেই এই কথা
কয় যে, ৭৮৬ সংখ্যাটোৰ সাংখিক মান হ’ল
‘বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম’। সেয়ে আমি
জনা উচিত যে, ইছলাম ধৰ্মত ‘বিছমিল্লাহ’
কোৱা আৰু লিখাৰ গুৰুত্ব কিমান? আনকি
ইয়াৰ সলনি ৭৮৬ লিখাত ক্ষতি কি ?
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা
বৰ্ণিত- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি
ৱাছাল্লামে কৈছে¸ প্ৰত্যেক গুৰুত্বপূৰ্ণ
কাম, যি কাম বিছমিল্লাহৰ দ্বাৰা আৰম্ভ
কৰা নহয় সেই কাম নেজ কটা।
উক্ত হাদিছ অনুসৰি প্ৰত্যেক গুৰুত্বপূৰ্ণ
কাম বিছমিল্লাহৰ দ্বাৰা আৰম্ভ নকৰিলে
সেয়া আল্লাহৰ ৰহমত ও বৰকতৰ পৰা
বঞ্চিত হয়।এতিয়া কোনোবাই যদি
বিছমিল্লাহৰ পৰিৱৰ্তে ৭৮৬ কৈ মূৰগী, গৰু,
ছাগলী যদি যবেহ কৰে তেন্তে সেই যবেহ
হালাল হ’ব জানো? এইবিলাক হ’ল
আবজাদিয়া হৰফ যেনেকুৱা ৭৮৬, ৭৮৮
এতিয়া যদি আমি ৭৮৬ সংখ্যাটো
আবজাদিয়া হৰফ হিচাবে হিচাব কৰোঁ¸
তেনেহলে দেখা যায় ৭৮৬ মানে হ’ল- “হৰে
কৃষ্ণ”। আবজাদিয়াৰ হিচাবমতে ৭৮৬ সংখ্যা
বাহিৰ কৰিলে দেখা যায় “হৰেকৃষ্ণ হয়। যেনে-
হে ৫, ৰে ২০০, ইয়া ১০, মুঠ ২১৫ । কাফ ২০,
ৰে ২০০, শ্বীন ৩০০, মীম ৫০, আলিফ ১ মুঠ
৫৭১। অৰ্থাৎ হৰে ২১৫ আৰু কৃষ্ণ ৫৭১ মুঠ
৭৮৬। হৰেকৃষ্ণ শব্দৰ অসমীয়া অৰ্থ হে
কৃষ্ণ আমাৰ বিপদ দূৰ কৰোঁতা। অমুছলিম
মতে এই শ্লোগান বৈধ হ’লেও ইছলামী
আকীদাত এই শ্লোগান স্পষ্ট শ্বিৰ্ক।
শ্বিৰ্ক-
______________________________
__________
কিছুবছৰ ধৰি মুছলিমসকলৰ মাজত বিভিন্ন
ক্ষেত্ৰত ৭৮৬ সংখ্যা লিখাৰ প্ৰচলন
আৰম্ভ হৈছে আৰু সেয়া দিনক দিনে ব্যাপকৰ
পৰা ব্যাপকতৰ ৰূপ ধাৰণ কৰিছে। এই
সংখ্যাটো লিখাৰ বিষয়ে বহুতেই এই কথা
কয় যে, ৭৮৬ সংখ্যাটোৰ সাংখিক মান হ’ল
‘বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম’। সেয়ে আমি
জনা উচিত যে, ইছলাম ধৰ্মত ‘বিছমিল্লাহ’
কোৱা আৰু লিখাৰ গুৰুত্ব কিমান? আনকি
ইয়াৰ সলনি ৭৮৬ লিখাত ক্ষতি কি ?
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা
বৰ্ণিত- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি
ৱাছাল্লামে কৈছে¸ প্ৰত্যেক গুৰুত্বপূৰ্ণ
কাম, যি কাম বিছমিল্লাহৰ দ্বাৰা আৰম্ভ
কৰা নহয় সেই কাম নেজ কটা।
উক্ত হাদিছ অনুসৰি প্ৰত্যেক গুৰুত্বপূৰ্ণ
কাম বিছমিল্লাহৰ দ্বাৰা আৰম্ভ নকৰিলে
সেয়া আল্লাহৰ ৰহমত ও বৰকতৰ পৰা
বঞ্চিত হয়।এতিয়া কোনোবাই যদি
বিছমিল্লাহৰ পৰিৱৰ্তে ৭৮৬ কৈ মূৰগী, গৰু,
ছাগলী যদি যবেহ কৰে তেন্তে সেই যবেহ
হালাল হ’ব জানো? এইবিলাক হ’ল
আবজাদিয়া হৰফ যেনেকুৱা ৭৮৬, ৭৮৮
এতিয়া যদি আমি ৭৮৬ সংখ্যাটো
আবজাদিয়া হৰফ হিচাবে হিচাব কৰোঁ¸
তেনেহলে দেখা যায় ৭৮৬ মানে হ’ল- “হৰে
কৃষ্ণ”। আবজাদিয়াৰ হিচাবমতে ৭৮৬ সংখ্যা
বাহিৰ কৰিলে দেখা যায় “হৰেকৃষ্ণ হয়। যেনে-
হে ৫, ৰে ২০০, ইয়া ১০, মুঠ ২১৫ । কাফ ২০,
ৰে ২০০, শ্বীন ৩০০, মীম ৫০, আলিফ ১ মুঠ
৫৭১। অৰ্থাৎ হৰে ২১৫ আৰু কৃষ্ণ ৫৭১ মুঠ
৭৮৬। হৰেকৃষ্ণ শব্দৰ অসমীয়া অৰ্থ হে
কৃষ্ণ আমাৰ বিপদ দূৰ কৰোঁতা। অমুছলিম
মতে এই শ্লোগান বৈধ হ’লেও ইছলামী
আকীদাত এই শ্লোগান স্পষ্ট শ্বিৰ্ক।