‘বালাগাল ‘উলা বি কামালিহী’ এ সুৰিয়া দৰূদটো যদি পঢ়ে; তেন্তে গুণাহগাৰ হ’ব। -কাৰণঃ-
————————————————————-
১]-ই কোনো দৰূদ নয়, বৰং কবিতা।
(শেখ সা‘দী (৫৮৫ অথবা ৬০৬-৬৯১ হিঃ) স্বীয় গুলিস্তাঁ গ্রন্থে আৰবীত লিখা তেওঁৰ অলপ সংখ্যক কবিতা সমূহৰ মাজৰ ৰাসূল (সাঃ)-ৰ প্রশংসাত লিখিত কবিতাৰ এটা অংশ মাত্র।)
২]- ই শির্ক মিশ্রিত।
(ইয়াত কোৱা হৈছে, ‘উচ্চতা তেওঁ পূর্ণতাত পাই গৈছে’। অথচ এইটো কেৱল আল্লাহৰ বাবেই প্রজোয্য মানে খাছ।)
৩]-ইয়াত ৰাসূল (সাঃ)-ক নূৰেৰে তৈয়াৰি বুলি কল্পনা কৰা হৈছে।
(যাৰ দেহৰ আলোকচ্ছটাত অন্ধকাৰ বিদূৰিত হৈছে। এইটো কোৰআন বিৰোধী আক্বীদা (কাহফ ১৮/১১০)।)
–গতিকে এইটো পাঠ কৰাৰ পৰা বিৰত থকা আবশ্যক। উল্লেখ্য যে, স্বয়ং কবিও ইয়াক দৰূদ বুলি কোৱাঁ নাই। বৰং শেষত কৈছে, صَلُّوا عَلَيْهِ وَآلِهِ ‘তোমালোকে তেওঁ(সঃ) ও তেওঁৰ পৰিবাৰৰ প্রতি দৰূদ পাঠ কৰা’।
##