“ফটগ্ৰাফি” _________ “কিয়ামতৰ দিনা আটাইতকৈ কঠিন শাস্তি ভোগ কৰিব [জীবন্ত বস্তুৰ] ছবি তৈয়াৰ কৰা সকল।”

“ফটগ্ৰাফি”
_________
“কিয়ামতৰ দিনা আটাইতকৈ  কঠিন শাস্তি ভোগ
কৰিব  [জীবন্ত বস্তুৰ] ছবি তৈয়াৰ কৰা সকল।”
[বুখাৰী: ৫৯৫০; মুসলিম: ২১০৯]
.
এতিয়া  এজন মানুহৰ পক্ষেটো ছবিত জীবন দিয়া  সম্ভব নহয়। এই হাদীসটোত কৈছে আচলতে হাতে অকা ছবি ও ভাস্কর্যৰ কথা। কিছু বিশেষজ্ঞই কৈছেযে ইয়াৰ  মাজত  ফটোগ্রাফও পৰিব।
কিন্তু পিছত যেতিয়া ফটোগ্রাফি সম্পর্কে বিস্তাৰিত জানিব পৰা গল তেতিয়া এই হাদীসটোত ফটোগ্রাফৰ কথা কোৱা হোৱা নাছিল , কাৰণ ফটোগ্রাফি হল আচলতে প্রতিবিম্ব, যিটো  ধাৰণ কৰা হয় কাগজত। ভিডিওগ্রাফি ও একেই ধৰণৰ ,ভিডিওগ্রাফি এক ধৰণৰ প্রতিবিম্ব যিটোক ধাৰণ কৰা হয় ফিল্মত।
.

 নবীজিৰ(স:) সময়ত কোনো সাহাবীয়ে যদি পানীত প্রতিবিম্ব চাই চুলি  আচুৰিছিল তেতিয়া নবীয়ে (সা:) তেওঁক কেতিয়াও  বাঁধা দিয়া নাছিল, তেওঁ স:  কেতিয়াও মুসলিমক আয়না চোৱাত নিষেধ কৰা নাছিল । এই ভাবে আমি জানিব পাৰিছোঁযে ফটোগ্রাফিও একেই ক্যাটাগৰিত নপৰে, ছবি অঁকাৰ যি ক্যাটাগৰিটোক নিষিদ্ধ কৰা হৈছে।

ইয়াত  মূলতঃ কোৱা হৈছে  হাতে অঁকা ছবি ও ভাস্কর্যৰ কথা।
.

ফটোগ্রাফি বস্তুটো আচলতে নিষিদ্ধ নহয়। কিন্তু  ইয়াত  আমি  এইটো চাব লাগিবযে কোন উদ্দেশ্যে সেইটো  ব্যাৱহাৰ কৰিছে ।
.
+comp.edi.trn.sgis+

Leave a comment