এজন সৃষ্টি কৰ্তা আছে এই কথা তু
বিশ্বাস নকৰে তেন্তে পৃথিৱীত প্ৰথম
#প্ৰাণ কেনেকৈ সৃষ্টি হল এই
সম্পৰ্কে সিহঁতে কি কয় ?
,,
,,
,,
,,
= ) নাস্তিক সকলৰ যুক্তি টু বুজি
পোৱাৰ বাবে এটা উদাহৰণ দিয়া হল
—
” ধৰা হওঁক এজনী নাস্তিক মহিলাৰ
মাতৃৰ গৰ্ভত কিবা কাৰণে শিশু জন্ম
দিব পৰা গুণটো হেৰুৱাই পেলালে
কিন্তু এজন শিশুৰ বাবে তেওঁ বৰ আহাঁ
কৰি আছে আৰু কেনেকৈ এটা শিশুক
তেওঁ সৃষ্টি কৰিব পাৰে তাৰ বাবে
তেওঁ এটা কাম কৰিলে ।
কামটো হল এনেধৰণৰ —-
`ধৰা হওঁক তেওঁ এটা পাত্ৰত অলপ
পানী লৈ সেই পানীৰ লগত অলপ
চেনি , অলপ চুন , অলপ তেল , অলপ
আটা ….এনেকুৱা আৰু অলপ কিবা
কিবি মিহলাই লৈ সেইখিনি পানী
কিবা এটা কুকাৰত ভৰাই লৈ বহুত
উষ্ণতাত গৰম কৰিলে । আৰু তেওঁ
এইটো আহাঁ কৰিলে এটা সময়ত হব
পাৰে সেই সময় কাল 1000 বছৰ বা
তাতোকৈ বেছি সময়ৰ পিছত তেওঁ
পানীত দিয়া বস্তু বোৰৰ পৰা এটা
#জীৱন্ত মানব শিশু সৃষ্টি হৈ পৰিব”
আৰু এইটোৱেই হল নাস্তিক সকলৰ
আটাইতকৈ ডাঙৰ যুক্তি । অন্য কথাত
আপুনি যদি এজন নাস্তিক হয় তেন্তে
এই কথাটো আপুনি বিশ্বাস কৰিবই
লাগিব নহলে আপুনি এজন যুক্তি
বাদি নাস্তিকেই হব নোৱাৰিব
কিন্তু এই পদ্ধতি ব্যৱহাৰ কৰি
তেওঁলোকে এটা মানৱ শিশু সৃষ্টি
কৰা দূৰৰ কথা এটা জীৱন্ত এককোষী
বেক্টেৰিয়াওঁ সৃষ্টি কৰিব পৰা নাই
অৱশ্যে তেওঁলোকে জীৱ সৃষ্টিৰ
বাবে প্ৰথম উপাদান এমিন এছিড
সৃষ্টি কৰিব পাৰিছে বুলি কৈছে
কিন্তু এমিন এছিড জীৱন্ত নহয় তেলৰ
নিচিনা মৃত বস্তু আৰু এইটো দেখাই
তেওঁলোকে কৈ থাকে এইটো দেখা
কোনো আল্লাহ নাই ….
✍✍.. sadda Hussain