প্ৰশ্ন :- কোৰআণে ন্যায়বিচাৰ সম্পৰ্কে কি কয়?

প্ৰশ্ন :- কোৰআণে ন্যায়বিচাৰ সম্পৰ্কে কি কয় ?

=  ) চাওঁক ন্যায়বিচাৰ সম্পৰ্কে কোৰআনত কি ধুনীয়া আৰু স্পষ্ট কৈ কোৱা হৈছে আন নিৰ্ছা 4: 135 ত ইয়াত কোৱা হৈছে —-

” হেৰা যিসকলে ঈমান আনিছা ! তোমালোকে ( ইছলামী ) ন্যায়বিচাৰৰ দৃঢ়প্ৰতিষ্ঠাতা হোৱা , আল্লাহৰ উদ্দেশ্য সাক্ষ্যদাতা হোৱা , যদিওবা সেইটো তোমালোকৰ নিজৰেই বিৰুদ্ধে যায় , অথবা পিতা – মাতাৰ আৰু আত্মীয় – স্বজনৰ ( বিৰুদ্ধেও যায় ) , সি ধনীয়েই হওক অথবা গৰীব । গতিকে কামনাৰ অনুসৰণ নকৰিবা যেন তোমালোকে সততা অৱলম্বন কৰা আৰু যদি তোমালোকে ( সাক্ষ্য ) বিকৃত কৰা অথবা ( হককথা গ্ৰহণ নকৰি ) ফিৰি যোৱা , তেন্তে তোমালোকে যি কৰা আল্লাহ নিশ্চয় তাৰ পূৰ্ণ ওৱাকিফহাল ”  ( কোৰআন 4 : 135 )

Leave a comment