💢 প্ৰশ্ন : কোন কোন সময়ত চালাম দিয়া বা চালামৰ উত্তৰ দিয়া নিষিদ্ধ ⁉
💢 উত্তৰ : চালাম সর্বাবস্থাত আদান-প্রদান কৰা যায়। ৰাছুল (ছাঃ) ছালাতত থকা অবস্থাতেও হাতৰ ইংগিতেৰে চালামৰ উত্তৰ দিছিল । (আবুদাউদ হা/৯২৬, তিৰমিযী হা/৩৬৭, মিশকাত হা/৯৯১)। কেৱল পেচাব -পায়খানাৰ সময়ত তেওঁ চালামৰ উত্তৰ দিয়া নাছিল । , বৰং বাহিৰ হৈ উত্তৰ দিছিল ( সেই ব্যক্তি উপস্থিত থাকিলে ) (বুখাৰী হা/৩৩৭, আবুদাঊদ হা/১৭, মিশকাত হা/৪৬৭, ৫৩৫)।