প্ৰশ্নঃ মহিলাই হালাল কৰা জন্তু খাব পাৰিনে?
-‘আব্দুল্লাহৰ পৰা বর্ণিত। তেওঁ কৈছে যে, কা‘ব ইবনু মালিকৰ এজনী দাসীয়ে বজাৰৰ ওচৰত অৱস্থিত ‘ছালা’ নামৰ সৰু পর্বতৰ ওপৰত তেওঁৰ ছাগলী চৰাইছিল। তাৰ পৰা এটি ছাগলী মৰাৰ উপক্রম হ’ল। তাই সেইটো ধৰিলে আৰু পাথৰ ভাঙি তাৰ দ্বাৰা সেইটো যবহ্ কৰে। তেতিয়া লোকসকলে নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত ঘটনাৱলী উল্লেখ কৰাত তেখেতে তেওঁলোকক সেয়া খোৱাৰ অনুমতি দিলে। [বুখাৰী ৫৫০২, ২৩০৪] আধুনিক প্রকাশনী- ৫০৯৬, ইছলামিক ফাউণ্ডেচন- ৪৯৯৩)