প্রশ্ন : যাকাত আৰু টেক্সৰ মাজত পার্থক্য কি? বর্তমানে এটা মোটা অংকৰ অর্থ চৰকাৰৰ দ্বাৰা আৰোপিত টেক্সত ব্যয় হয়। যিটো যাকাততকৈ বহুত বেছি হৈ যায়। এই ক্ষেত্ৰত টেক্স দিলে যাকাতৰ ফৰযিয়াত আদায় হ’বনে?

#প্রশ্ন : যাকাত আৰু টেক্সৰ মাজত পার্থক্য কি? বর্তমানে এটা মোটা অংকৰ অর্থ চৰকাৰৰ দ্বাৰা আৰোপিত টেক্সত ব্যয় হয়। যিটো যাকাততকৈ বহুত বেছি হৈ যায়। এই ক্ষেত্ৰত টেক্স দিলে যাকাতৰ ফৰযিয়াত আদায় হ’বনে?

#উত্তৰ : যাকাত ইছলামৰ পঞ্চস্তম্ভৰ অন্যতম। যাক আল্লাহৰ ওৱাস্তে প্রদান কৰিলে সম্পদ পবিত্র হয় আৰু বৃদ্ধি পায় (তওবা ৯/১০৩; বাক্বাৰাহ ২/২৭৬)।

এইটো প্রত্যেক মুমিনৰ কাৰণে আর্থিক ফৰয ইবাদত। আনহাতে টেক্স হ’ল চৰকাৰী কৰ। ইয়াৰ লগত যাকাতৰ কোনো সম্পর্ক নাই। ৰাষ্ট্রক যি পৰিমাণৰ টেক্সেই দিয়া নহওঁক কিয়, তাত যাকাত আদায় নহয়। বৰং টেক্স পৰিশোধৰ পিছত নিছাব পৰিমাণ সম্পদ থাকিলে আৰু সেয়া এবছৰ অতিবাহিত হ’লে সেই ধনৰ যাকাত দিব লাগিব (ফাতাওৱা লাজনা দায়েমা ৯/২৮৫)।

Leave a comment