প্রশ্ন: মহান আল্লাহ ‘আৰশে আজীমৰ ওপৰত আছে-এইটো আল-কুৰআণৰ কোন ছূৰাত উল্লেখ কৰা হৈছে?
উত্তৰ: এই বিষয়ে পবিত্র কোৰাণত সুস্পষ্ট সাতটা আয়াতত উল্লেখ কৰা হৈছে :
১. ছূৰা আল-‘আৰাফ ৭:৫৪
২. ছূৰা ইউনুস ১০:৩
৩. ছূৰা আৰ-ৰা‘দ ১৩:২
৪. ছূৰা ত্বা-হা ২০:৫
৫. ছূৰা আল-ফুৰকান ২৫:৫৯
৬. ছূৰা আস-সাজদাহ্ ৩২:৪
৭. ছূৰা আল-হাদীদ ৫৭:৪
Note :: Allah সকলো ঠাইত আছে বুলি বিশ্বাস কৰাটো কুফৰী আকিদা ।