☎☞#প্রশ্ন : #ক্কিয়ামতৰ পূর্বে উল্লেখযোগ্য কি কি নিদর্শন দেখা দিব?
————————-
☎☞#উত্তৰ : ক্কিয়ামতৰ পূর্বে প্রকাশিত #নিদর্শনসমূহৰ মাজত কিছুমান সৰু নিদৰ্শন আছে আৰু কিছুমান ডাঙৰ নিদৰ্শন আছে। সৰু নিদর্শনৰ সংখ্যা বহুত। কিছুমান ঘটি গৈছে আৰু ঘটি আছে। যেনে-
#শেষ নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আগমন,
#বায়তুল মু্ক্কাদ্দাছ বিজয়,
#ভণ্ড নবীসকলৰ আৱির্ভাব,
#আমানতৰ খিয়ানত,
#ধর্মীয় জ্ঞানৰ অভাৱ,
#সূত,
#বাদ্যযন্ত্র ও
#মদ্যপানৰ বিস্তাৰ,
#ডাঙৰ ডাঙৰ অট্টালিকা নির্মাণৰ প্রতিযোগিতা,
#হত্যাকাণ্ড বৃদ্ধি হোৱা,
#শ্বিৰ্কৰ বিস্তাৰ,
#প্রতিবেশীৰ হক নষ্ট কৰা,
#অশ্লীলতাৰ ব্যাপকতা,
#অযোগ্য ব্যক্তিসকলৰ নেতৃত্ব বৃদ্ধি পোৱা,
#কাপোৰ পৰিহিতা উলঙ্গ মহিলাসকলৰ আৱির্ভাব,
#মিছা সাক্ষ্য দিয়া,
#ইলম উঠি যোৱা,
#মূর্খতা ও ব্যভিচাৰ বৃদ্ধি পোৱা,
#পুৰুষৰ স্বল্পতা ও নাৰীসকলৰ আধিক্যতা ইত্যাদি।

★(মুত্তাফাক্ব আলাইহ, মিশকাত হা/৫৪৩৭; বিস্তাৰিত দ্রঃ মিশকাত ‘ক্কিয়ামতৰ আলামতসমূহ’ অনুচ্ছেদ)
★আৰু কিছমানু ডাঙৰ নিদর্শন আহিব যিবোৰ এতিয়াও ঘটা নাই। যেনে-
#ইমাম মাহদীৰ আগমন,
#দাজ্জালৰ ফিৎনা,
#ঈছা (আঃ)-ৰ অৱতৰণ,
#ইয়াজূজ-মাজূজৰ ফিৎনা,
#ধোঁৱা অহা,
#পশ্চিমফালৰ পৰা সূর্য উঠা,
#এটি আলৌকিক পশুৰ আৱির্ভাব ঘটা,
#জুইয়ে মানুহক হাশ্বৰৰ ময়দানলৈ খেদি লৈ যোৱা
★(মুছলিম, মিশকাত হা/৫৪৬৪) ।
#আত-তাহৰীক: 2012,জানুৱাৰী