💢 প্রশ্ন: কিমান হিজৰীত মুছলিমসকলৰ ওপৰত ছিয়াম ( ৰোজা ) পালন ফৰজ কৰা হৈছিল ⁉
♦ উত্তৰ : সকলো প্রশংসা আল্লাহৰ বাবে ।
দ্বিতীয় হিজৰী চনত ৰমজান মাহৰ ছিয়াম(ৰোজা) পালন ফৰজ কৰা হৈছিল। ৰাছুল(ছা:) এ ৯ বছৰৰ ৰমজানৰ ছিয়াম(ৰোজা) পালন কৰিছিল ।
♦ উত্তৰ : সকলো প্রশংসা আল্লাহৰ বাবে ।
দ্বিতীয় হিজৰী চনত ৰমজান মাহৰ ছিয়াম(ৰোজা) পালন ফৰজ কৰা হৈছিল। ৰাছুল(ছা:) এ ৯ বছৰৰ ৰমজানৰ ছিয়াম(ৰোজা) পালন কৰিছিল ।
ইমাম নববী ৰাহিমাহুল্লাহ “আল- মাজমূ” (৬/২৫০) -গ্রন্থত কৈছে ,
“ ৰাছুল(ছা:) এ ৯ বছৰ ৰমজানৰ ছিয়াম(ৰোজা) পালন কৰিছিল । কাৰণ ৰমজানৰ ছিয়াম (ৰোজা) ২য় হিজৰীৰ শ্বাবান মাহত ফৰজ কৰা হৈছিল আৰু নবী (ছা:) ১১ হিজৰী চনৰ ৰবিউল আউওৱাল মামাহত মৃত্যুবৰণ কৰিছিল ।”