সম্পাদনা: আবু বকৰ মুহাম্মাদ যাকাৰিয়া
বর্ণনা : উপমহাদেশৰ মুছলিমসকলৰ মাজত বিভিন্ন প্রকাৰৰ বিদ‘আতৰ প্রচলন আছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে, খতমে কুৰআন, খতমে বুখাৰী, খতমে শিফা, খতমে ইউনুচ, খতমে জালালী, খতমে তাহলীল, খতমে না-ৰী, খতমে মাহী, খতমে খাজেগান, খতমে তাচমিয়া ইত্যাদি। আচৰিত কথা এই যে¸ যিসকলে এইবোৰ প্রচাৰ-প্রসাৰ কৰে তেওঁলোক উপমহাদেশৰ সাধাৰণ জনতাৰ ওচৰত আলিম বুলি পৰিচিত। অথচ এইবোৰ ভ্রষ্টকাৰী বিদ‘আত, আকৌ কেতিয়াবা কেতিয়াবা সেইবোৰ কুফৰী, শ্বির্কী বাক্যত পৰিপূর্ণ। এই কাৰণেই লেখকে এই গ্রন্থত এনে জাতীয় খতমসমূহক বিশেষভাৱে গৱেষণা কৰিছে, সেইবোৰৰ পৰা সাৱধান কৰিছে, ছুন্নাতৰ অনুসৰণৰ ওপৰত উৎসাহ দিছে, বিদ‘আত পৰিত্যাগ কৰাৰ প্রতি গুৰুত্ব প্ৰদান কৰিছে।
বিস্তাৰিত গ্ৰন্থখন পঢ়িবলৈ বা ডাউনলোড কৰিবলৈ তলৰ লিঙ্কটি ক্লিক কৰক : https://islamhouse.com/bn/books/807700/