নামাজ ধীৰে সুস্থিৰে পঢ়াতো ফৰজ ।
আল্লাহে চুৰা মুজ্জাম্মিলৰ ৪ নং আয়াতত নামাজত কোৰআন খুব স্পষ্টকৈ ধীৰে ধীৰে পাঠ কৰিব কৈছে । বুখাৰী ৪ৰ্থ খণ্ড হাদীছ নং ৪৬৭৩ ত উল্লেখ থকা মতে উম্মে চালমা (ৰাঃ)ৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে নামাজত কিৰাত পঢ়োতে প্ৰতিটো আয়াত পৃথকে পঢ়িছিল অৰ্থাৎ এটা আয়াত পঢ়ি বিৰতি দি পিছৰ আয়াত পঢ়িছিল । আজিৰ অধিকাংশ মছজিদত আল্লাহৰ নিৰ্দেশ ও ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীচ মানেনে ? খতম তাৰাবীৰ কথা নকলোৱেই বা । এয়া জানো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে পঢ়া নামাজৰ দৰে হয় ? যদি নহয়, “চাল্লু কামা ৰা আইতুমুনি উচাল্লি” নিৰ্দেশনাও অমান্য কৰা হোৱা নাই নে ?

— Ikramul Hussain