নাবালিগ বিয়া আৰু বিতৰ্ক ( ইছলাম আৰু নাস্তিকতা )

⏩ আশা কৰিছো দিঘলীয়া হলেওঁ Trolling কৰাৰ বাবে ছচিয়েল মিডিয়াত টিঘিলঘিলাই থকা #ভন্ড_নাস্তিক সকলৰ বাদে প্ৰকৃত #জ্ঞান_পিপাসু_নাস্তিকে মোৰ এই পোষ্ট পঢ়ি তাৰ ওপৰত কমেন্ট বা প্ৰশ্ন কৰিব।

👉 এইটো সৰ্বজনবিদিত কথা যে নাস্তিকতাবাদ মুক্ত যৌন জীৱনৰ সমৰ্থক। প্ৰকৃত নাস্তিক এজনে যৌন জীৱনৰ ক্ষেত্ৰত ধৰ্মই আৰোপ কৰা বাধা নিষেধ কেতিয়াও মানি নলয়। নাস্তিকতাবাদত যিহেতু পাপ-পুন্য বা হালাল-হাৰামৰ কোনো কথা নাই সেয়েহে একমাত্ৰ প্ৰাকৃতিক ভাবে শাৰিৰিক আনন্দৰ বাবে লাভ কৰা যৌনতাক একমাত্ৰ শাৰিৰীক তৃপ্তি লাভ কৰাৰ উদ্দেশ্য আগত ৰাখি নিজৰ সুবিধা মতে যতে ততে যাৰে তাৰে লগত কোনো বাচ-বিচাৰ নকৰাকৈ যৌন কাৰ্য্যত লিপ্ত হোৱাৰ অধিকাৰ মানুহৰ আছে বুলি নাস্তিকতা বাদে বিশ্বাস কৰে আৰু ভন্ড নাস্তিক সকলক বাদ দি প্ৰকৃত নাস্তিকে সেইমতে জীৱন শৈলী অতিবাহিত কৰাৰ চেষ্টাও কৰে যদি সংকৃণ্ন মনোভাৱৰ (নাস্তিকৰ ভাষাত) কোনো আস্তিকে বাধাৰ সৃষ্টি নকৰে।
☛ কিন্তু অতি পৰিতাপৰ বিষয় যে এইবোৰ সচাঁ কথা উথাপন কৰিলেই একাংশ ভন্ড নাস্তিকে মুক্ত যৌন জীৱনৰ সমৰ্থনত মাত মাতিবলৈ ইতস্তত অনুভৱ কৰে আৰু লগতে নাস্তিকৰ পোছাক পিন্ধা একাংশ মোদী ভক্তই Trolling ত লিপ্ত হৈ #হজৰত_মহম্মদ(ছঃ) আৰু #আয়েশা (ৰাঃ) ৰ বিয়াক লৈ হুলস্থুল সৃষ্টি কৰে। ইয়াক Trolling কৰা বুলি এইকাৰণেই কোৱা হব কাৰন মুক্ত যৌনতা (Open sex) ৰ লগত হজৰত মহম্মদ (ছঃ) আৰু আয়েশা (ৰাঃ) বিয়াৰ কোনো সম্পৰ্ক নাই কাৰন সেয়া আজিৰ পৰা ১৪০০ শ বছৰ আগত হলেও সম্পূৰ্ণভাৱে সামাজিক , সাংস্কৃতিক ও ধাৰ্মিক ভাবে অনুষ্ঠিত হোৱা এক বৈধ বিয়া আছিল ।

👉 সেয়া বাৰু যিয়ে নহওঁক নাস্তিক বা কোনো #মোদী_ভক্তই কব পাৰে ৬ (ছয়) বছৰীয়া নাবালিকা এগৰাকীৰ বিয়া কিদৰে হব পাৰে ???

👉 হজৰত মহম্মদ (ছ:) আৰু ৬ (ছয়) বছৰীয়া আয়েশা (ৰা:) ৰ বিয়া হৈছিল সচাঁ, এয়া কোনো মুছলমানে অস্বীকাৰ নকৰে আৰু কৰিবও নোৱাৰে কিয়নো এই বিষয়ে চহী হাদিছত উল্লেখ আছে যিটো ইচলামৰ মুল ধৰ্মপুথি কোৰআনৰ লগতো কোনো প্ৰকাৰে contradict নকৰে কাৰন উক্ত বিয়া আয়েশা (ৰাঃ) ৰ যেতিয়া ৯ বছৰ পূৰ্ণ হৈছিল তেতিয়াহে সম্পূৰ্ণ হৈছিল…কিয়?
এই বিষয়ে পাছত আলোচনা কৰিম ইনশ্বা-আল্লাহ কিন্তু আজিৰ পৰা 1400 শ বছৰ আগৰ বিয়া এটাক লৈ হুলস্থুল কৰা গৰ্ধব সকলে নিশ্চয় নাজানে যে আজিৰ পৰা মাত্ৰ কেইদশক মান আগতে সভ্য দেশ #আমেৰিকাৰ_ডেলাৱাৰা প্ৰদেশত ছোৱালী এগৰাকীৰ #Age_of_Consent অৰ্থাৎ আইনত ছোৱালী এগৰাকীৰ বিয়াৰ বয়স আছিল মাত্ৰ 7 (সাত) বছৰ। পৃথিৱীৰ বহু সভ্য দেশত আজিও ছোৱালীৰ বিয়াৰ বয়স 10/12 বছৰ…কিয় ???
☛ তলৰ লিংকটোত গৈ বিভিন্ন দেশৰ Age of Consent Laws [Table] লিষ্টটো চাই বিজ্ঞান পাগল নাস্তিক সকলে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।👇
⏩ http://chnm.gmu.edu/cyh/primary-sources/24

👉এইবাৰ আহক বিজ্ঞান পাগল নাস্তিক সকলৰ বিজ্ঞানৰ কথালৈ। আগতেই কৈছো আয়েশা (ৰাঃ) বিয়াই পৰিপূৰ্নতা লাভ কৰিছিল তাইৰ যেতিয়া 9 বছৰ হৈছিল গতিকে আয়েশা (ৰাঃ) ৰ লগত হজৰত মহম্মদ(ছঃ) ৰ বিয়া প্ৰকৃততে তাইৰ যেতিয়া ৯ বছৰ তেতিয়াহে সম্পূৰ্ণ হৈছিল বুলি কব পাৰি । কিন্তু এই তিনি বছৰ কাল অপেক্ষা কৰাৰ কাৰন কি?

ইয়াৰ উত্তৰ হল ইচলাম ধৰ্মমতে ছোৱালী এগৰাকীয়ে ঋৃতুশ্ৰাব আৰাম্ভ হোৱাৰ লগে লগে পূৰ্নপ্ৰাপ্ত বয়স্ক হোৱা বুলি গন্য কৰা হয় আৰু সেয়েহে বিয়াৰ পিছতো সেই বিয়াক পৰিপূৰ্নতা দিবলৈ তিনি বছৰ কাল অপেক্ষা কৰা হৈছিল। তাৰমানে তাই 9 (ন) বছৰ বয়সত প্ৰাপ্ত বয়স্ক হৈছিল ।#চিকিৎসা_বিজ্ঞানৰ মতেও ঋৃতুশ্ৰাব আৰাম্ভ হোৱাৰ প্ৰায় এবছৰৰ পূৰ্বে অৰ্থাৎ ছোৱালী এগৰাকীৰ ডিম্বাশয়ত ডিম্বানু উৎপন্ন আৰাম্ভ হোৱাৰ লগে লগে তাই শাৰিৰিক ভাবে সন্তান জন্ম দিবলৈ সক্ষম হৈ উঠে । কিছু বছৰ আগতে পেৰুৰ #লিনা_মেডিনা নামৰ ছোৱালী জনীয়ে মাত্ৰ ৫.৫ বছৰ বয়সত সুস্হ লৰা সন্তান জন্ম দি বিশ্বৰ #কনিষ্ঠতম_মাতৃ হিচাপে পৰিগনিত হৈছে । মানব ইতিহাসত ৫ পৰা ১০ বছৰ বয়সত মাতৃ হোৱাৰ বহু বহু উদাহৰণ আছে। তলৰ #Wikipedia ৰ লিংটো চাই লওঁক 👇
⏩ “List of youngest birth mothers between 5 and 10 years of age” –
https://en.m.wikipedia.org/wiki/List_of_youngest_birth_mothers

গতিকে আজিৰ একবিংশ শতিকাৰ লগত খাপ নাখালেওঁ 1400/1500 শ বছৰ আগতে 6 বা 9 বছৰীয়া ছোৱালী এগৰাকীৰ বিয়া হোৱাটোত কি অতিৰঞ্জিত কথা দেখা পায় ভন্ড সকলে এয়ে একপ্ৰকাৰ বিস্ময়কৰ কথা। ১৪০০ শ বছৰ আগত আৰবৰ সামাজিক সাংস্কৃতিক আৰু ভৌগোলিক পৰিৱেশৰ লগত মিলাই চালে সেই সময়ত 6 বছৰীয়া ছোৱালী এগৰাকীৰ বিয়া হোৱাটো কোনো অতিৰন্জিত কথা নাছিল।

👉 জীৱনৰ ৫৪ টা বছৰ তেওঁতকৈ ১৫ বছৰ বেছি বয়সীয়াল এগৰাকী বিধবা মহিলা খাতিজা (ৰাঃ) ৰ লগত কটাই পাৰ কৰা হজৰত মহম্মদ(ছঃ) য়ে আয়েশা (ৰাঃ) ক ছয় বছৰ বয়সত বিয়া কৰোৱাৰ কোনো শাৰিৰিক প্ৰয়োজন আছিল বুলি একমাত্ৰ অজ্ঞ সকলেহে বিশ্বাস কৰিব পাৰে আৰু ইচলামিক পন্ডিত সকলে বিশ্লেষণ কৰা মতে ইচলামত উক্ত বিয়াৰ #ধাৰ্মিক_গুৰুত্ব যথেষ্ট পৰিমাণে আছিল ।
আয়েশা (ৰাঃ) আছিল অতি চোকা,তীক্ষ্ণ বুদ্ধি সম্পন্ন মেধাবী মহিলা। ৬ বছৰ বয়সত বিয়া হৈ 9 বছৰ বয়সত পৰিপূৰ্ণতা লাভ কৰি হজৰত মহম্মদ(ছঃ) ৰ লগত অন্তত কিছু বছৰ বৈবাহিক জীৱন অতিবাহিত কৰি হজৰত মহম্মদ (ছঃ) ৰ ইন্তেকলৰ বহু বছৰ পাছলৈ জীৱিত থকাৰ ফলত আমি আজিৰ মুছলমান সকলে বহু সঠিক হাদিছত তাইৰ বৰ্ননা পাবলৈ সক্ষম হৈছে । হজৰত মহম্মদ (ছঃ) ইন্তেকালৰ বহু বছৰ পাছলৈকে হাদিছ সমূহৰ ভিতৰত মূলত স্বচ্ছতা,বিবাহ ও গৃহস্হী জীৱনৰ লগত সম্পৰ্কিত বহু সঠিক হাদিছৰ একমাত্ৰ বৰ্ননাকাৰী আছিল আয়েশা (ৰাঃ) । ইচলামিক ইতিহাসত আয়েশা (ৰাঃ) ক তাইৰ সৌন্দর্য বা ধন-সম্পদৰ বাবে নহয় ইচলাম সম্পৰ্কে তাইৰ জ্ঞান ও পবিত্ৰ কোৰআনৰ সঠিক বিশ্লেষক ৰূপে জনা যায়। গতিকে সেয়া একমাত্ৰ আল্লাই সঠিক জানে কিন্তু আয়েশা (ৰাঃ) ৰ অতি কম বয়সত বিয়া হৈ অন্তত কিছুবছৰ হজৰত মহম্মদ (ছঃ) লগত অতিবাহিত নকৰা হলে আজি হওঁতো আমি মুছলমান সকলে হালাল/হাৰাম সহ বহু সঠিক হাদিছ লাভ কৰাৰ পৰা বন্চিত হব লগা হলোঁ হেতেন কিন্তু সেইবুলি আজিৰ মুছলমানে 6 বা 9 বছৰীয়া নাবালিকা বা আন কোনো নিদিৰ্ষ্ট বয়সৰ ছোৱালীক বিয়া পাতিবই লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই । অৱশ্যে ইছলামৰ দৃষ্টিভংগীৰে ছোৱালী এগৰাকীৰ ঋৃতুশ্ৰাব আৰাম্ভ হলে যিহেতু সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী হৈ উঠে (চিকিৎসা বিজ্ঞানৰ মতেও)  গতিকে এই অৱস্থাত ছোৱালী এগৰাকীৰ মত সাপেক্ষে তাইৰ অভিভাৱকে তাইক কোনো উপযুক্ত লৰাৰ লগত বিয়া দিব পাৰে কিন্তু তথাপি তাইক বিয়া দিবই লাগিব বুলি কোনো আইন যিহেতু ইচলামত নাই সেয়েহে মুছলমানে যি দেশত বসবাস কৰিব সেই দেশৰ Age of Consent Law মানি নিজৰ ছোৱালীক বিয়া বাৰু দিলে বা কৰালে ইচলামে কেতিয়াও বাধা আৰোপ নকৰে ।

☛ এতিয়া আহো এই বিষয় লৈ #নাস্তিকৰ_পোছাক_পিন্ধা_ভক্ত_সকলৰ ইছুটোলৈ। বাল্মিকি ৰামায়নৰ মতে #ৰামৰ_লগত_সীতাৰ_বিয়াৰ_সময়ত #সীতাৰ_বয়স_আছিল_ছয়_বছৰ ।

ৰামায়নৰ কিতাপ নং ৩, অৰন্য কান্ডত (Ramayana 3-47-4) সীতা হৰণৰ সময়ত সীতা আৰু ৰাবনৰ কথনোকথনৰ পৰা আমি সীতাৰ বিবাহৰ সময়ৰ বয়সৰ হিচাপ উলিয়াব পাৰি।
নিজ ধৰ্মৰ ধৰ্ম গ্ৰন্থ অধ্যয়ণ নকৰি আনৰ ধৰ্ম লৈ ছচিয়েল মিডিয়াত অনবৰত ব্যস্ত থকা ভক্ত সকলে #বাল্মীকি_ৰামায়নৰ তলৰ লিংকটোত গৈ চাব পাৰে বিয়াৰ সময়ত সীতা মাতাৰ বয়স কিমান আছিল👇
http://www.valmikiramayan.net/utf8/aranya/sarga47/aranya_47_frame.htm

এতিয়া #ভক্তগনলৈ_প্ৰশ্ন 👇
👉 হজৰত মহম্মদ (ছঃ) এজন মানুহ আছিল । যুক্তিৰ খাতিৰত যদি মানিও লওঁ যে মানুহৰ ভূল হব পাৰে কিন্তু ৰামতো ভগবান আছিল তেনেহলে ভগবানৰ ভুল হৈছিল কেনেকৈ ???
👉 ভক্তগনৰ ভগবান ব্ৰক্ষ্মাই নিজৰ জীয়েক স্বৰস্বতীত বিয়া কৰাৰ সময়ত স্বৰস্বতী দেবীৰ বয়স কিমান আছিল ???
↘ ↘
গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ইয়াকে কব পাৰো যে , ১৪০০ শ বছৰ আগৰ আৰবৰ সামাজিক পৰিবেশ, পৰিস্থিতি ও সংস্কতিৰ লগত খাপ থোৱাব পৰাকৈ হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰাঃ) বিয়া হোৱাটো কোনো অতিৰন্জিত কথা নাছিল। ইয়াৰ উপৰিও সেই সময়ত আৰবৰ মানুহৰ জীৱন কাল আছিল চুটি গতিকে ছোৱালী সকলক যৌৱন প্ৰাপ্তিৰ লগে লগে বিয়া দিয়া হৈছিল। আজিও তৃতীয় বিশ্বৰ দেশ সমূহত ৬/৭ বছৰ বয়সত ছোৱালীৰ বিয়া হোৱাটো তেনেই সাধাৰন কথা। ভাৰতত বাল্য-বিবাহ এতিয়াও এক সামাজিক ব্যাধি ।
↘ ↘ ↘
👉 শেষত Trolling নকৰি এইবোৰ জানি বুজি লৈ এই সম্পৰ্কে ভদ্ৰ ভাৱে প্ৰশ্ন কৰা সকলৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিয়া হব ইনশ্বা-আল্লাহ ।

Leave a comment