দেওবন্দী আলিমসকলৰ অৱদান কেনেকৈ অস্বীকাৰ কৰিব?

দেওবন্দী আলিমসকলৰ অৱদান কেনেকৈ অস্বীকাৰ কৰিব?দেওবন্দী আলিমসকলৰ অৱদান কেনেকৈ অস্বীকাৰ কৰিব?
———————————————————–

ইছলাম সম্বন্ধে মোৰ জ্ঞান বুলিবলৈ একোৱেই নাই। তাৰ পিছতো মই কম আজি দেওবন্দী আলিমসকলক লৈ কিয় আমি ইমান গৌৰৱান্বিত আৰু অহঙ্কাৰী! ভাৰতত বসবাস কৰা অধিক সংখ্যক লোক হিন্দু। দেওবন্দী আলিমসকলে জন্মলগ্নৰে পৰা হিন্দুসকলৰ সৈতে মিলাপ্ৰীতিৰে বসবাস কৰাৰ মানসেৰে তেওঁলোকে ইছলামৰ নামত বহু পৰিশ্ৰম কৰিছে। তেওঁলোকৰ কষ্টৰ বিনিময়ত আজি ভাৰতবৰ্ষত মুছলিমসকলে অলী আল্লাহ নামৰ মানুহবোৰৰ কবৰক শ্বান-চৌকতৰ সৈতে পূজা কৰিব পাৰিছে। তেওঁলোকৰ বদৌলতত আজি আমাৰ সমাজত পীৰ-মুৰিদৰ নামেৰে পীৰ পূজা চলিছে। তেওঁলোকৰ অৱদান নাথাকিলে আজি মা-বাবাৰ মৃত্যুৰ পিছত চল্লিশা নামৰ শ্ৰাদ্ধৰ অনুষ্ঠান পাতিব নোৱাৰিলোহেঁতেন! শ্ববে-বৰাতৰ হালুৱা ৰুটিও তেওঁলোকৰ বৰকততে পাই আছোঁ। যিসকল ৰাছূলৰ দুচমান তেওঁলোকে এবাৰলৈ ভাৱি চাইছেনে¸ মিলাদ-কিয়ামৰ নাম দি তেওঁলোকে কিমান সুন্দৰভাৱে আমাক জন্মদিন আৰু মৃত্যুদিন পালন কৰাৰ শিক্ষা দিছে। দেওবন্দী হুজুৰসকল আছে কাৰণেই আজি আমি ইছলাম মানে শান্তিৰ হক্কদাৰ হৈছোঁ। দেওবন্দী আলিম নাথাকিলে আজি আমাৰ চিয়া আক্কিদাসমূহ মাৰিফতৰ নাম দি লুকুৱাব নোৱাৰিলোহেঁতেন! আমি তেতিয়া প্ৰকাশ্যে চিয়া আক্কিদাৰ হৈ গ’লোহেঁতেন! এই সকলোবোৰ অৱদান আমি কেনেকৈ অস্বীকাৰ কৰিম?

হে মোৰ মুছলিম ভাইসকল! আমাৰ হিতাহিত জ্ঞান কোনে নোহোৱা কৰি দিলে?? এয়াই নেকি আমাৰ কুৰআন আৰু ছহীহ হাদীছৰ জ্ঞান???

আল্লাহে আমাক ছহীহ জ্ঞান দিয়ক। আমিন।।

Leave a comment