পঢ়ক: আল্লাহুম্মা চাল্লি আলা মুহাম্মাদিও ওৱা আলা আলি মুহাম্মাদিন কামা চাল্লাইতা আলা ইব্রাহিমা ওৱা আলা আলি ইব্রাহিমা, ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বাৰিক আলা মুহাম্মাদিও ওৱা আ’লা আলি মুহাম্মাদিন কামা বাৰাকতা আলা ইব্রাহিমা ওৱা আলা আলি ইব্রাহিমা, ইন্নাকা হামিদুম মাজিদ।
( অসমীয়া অৰ্থ )
: হে আল্লাহ! তুমি মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) আৰু তেওঁৰ পৰিয়ালৰ উপৰত এনেকুৱা ৰহমত নাজিল কৰা যেনেকৈ নাজিল কৰিছিলা ইব্ৰাহিম (আঃ) আৰু তেওঁৰ পৰিয়ালৰ উপৰত, নিশ্চয় তুমি প্ৰশংসিত আৰু সন্মানিত ।
হে আল্লাহ! তুমি মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম) আৰু তেওঁৰ পৰিয়ালৰ উপৰত বৰকত নাজিল কৰা যেনেকৈ নাজিল কৰিছিলা ইব্ৰাহিম (আঃ) আৰু তেওঁৰ পৰিয়ালৰ উপৰত, নিশ্চয় তুমি প্ৰশংসিত আৰু সন্মানিত ।