দুনিয়াতেই সকলো আশা পূৰণ কৰি ল’লে জান্নাতত কি বিচাৰিব?” এই কথা সঠিক নে?

“দুনিয়াতেই সকলো আশা পূৰণ  কৰি ল’লে জান্নাতত কি বিচাৰিব?” এই কথা সঠিক নে?

~~~~
কোনোবাই যদি বৈধ পন্থাত তাৰ সকলো অভাৱ-অনাটন পূৰণ কৰে বা আল্লাহে যদি তাৰ সকলো ইচ্ছা পূৰণ কৰে তেনেহ’লে কোনো সমস্যা নাই।

 বৰং কোনোবাই যদি হালাল পন্থাত জীৱন-যাপনৰ লগতে আল্লাহৰ ইবাদত সঠিকভাৱে কৰে¸ আল্লাহ তা‘আলাই আখিৰাতত তাৰ কাৰণে দুনিয়াতকৈও উত্তম পুৰষ্কাৰ প্রদান কৰিব। তেনে ক্ষেত্ৰত সি দুনিয়া ও আখিৰাত  উভয়টোৱে লাভ কৰি সাফল্যমণ্ডিত আৰু সৌভাগ্যৱান হ’ল। আল্লাহে কৈছে:

رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ

ّ*হে আমাৰ প্রতিপালক! আমাক দুনিয়াতো কল্যাণ দান কৰা আৰু আখিৰাততো কল্যাণ দান কৰা আৰু আমাক জাহান্নামৰ আযাবৰ পৰা ৰক্ষা কৰা।* (ছূৰা বাকাৰা: ২-১)

~শাইখ আব্দুল্লাহিল হাদী
#JBR

Leave a comment