=================
“তোমালোক সকলোৱেই মিলি আল্লাহৰ ৰজ্জুক মজবুতভাৱে খামুচি ধৰা আৰু দলাদলি নকৰিবা”।
★( ছূৰা ইমৰান,আয়াতঃ ১০৩ )★
“আৰু কাফিৰসকলে দুনিয়াবী জীৱনৰ কেইটামান দিনৰ মজা লুটিছে, জন্তু-জানোৱাৰৰ দৰে পানাহাৰ কৰিছে। সিহঁতৰ চূড়ান্ত ঠিকনা জাহান্নাম “।
★(ছূৰা মোহাম্মাদঃ ১২)★
“নিশ্চয় আমি তোমালোকৰ পূর্বে বহু প্রজন্মক ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে জুলুম কৰিছে”।
★( ছূৰা ইউনুচঃ ১৩ )★
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ “কিয়ামত পর্যন্ত মোৰ উম্মতৰ এটি দল হক্কৰ ওপৰত প্রতিষ্ঠিত থাকিব আৰু সাহায্যপ্রাপ্ত হব। বিৰোধীসকলে সিহঁতৰ কোনো ক্ষতি কৰিব নোৱাৰিব”। (ছহীহ মুছলিম- ৫০৫৯ )
★==================★
ইয়া আল্লাহ, আমাৰ ষড়যন্ত্রকাৰীসকলৰ সকলো অপচেষ্টা নচ্যাৎ কৰি দি তোমাৰ মনোনীত একমাত্র দ্বীন ইছলামক তুমি জালিমসকলৰ হাতৰ পৰা হিফাজত কৰা, আমিন ।
★★★★★★★★★★★★★★