তাবলীগ জামাত (৬ নম্বৰী) সম্পর্কে সর্বশেষ দেওবন্দী ফতওৱা
==============================================
তাবলীগ জামাত ক্বুৰ’আন আৰু হাদিচৰ পথ বাদ দি নব উদ্ভাবিত পথ আৰু নব উদ্ভাবিত দ্বীন গ্রহন কৰিছে ।আৰু এইবোৰ সকলো হৈছে সিহঁতৰ চৰমপন্থাৰ কাৰণে ।
—————————————————————————————-
.
দাৰুল উলুম দেওবন্দৰ কোনো আলিম তাবলীগ বিৰোধী নহয় । কিন্তু হা , ইলয়াছি তাবলীগৰ বহুতেই ভুল কথা কয় আৰু আচৰিত ধৰণৰ মত প্রকাশ কৰে । যেনে :
.
১) সিহঁতে কুৰ’আনৰ উল্লেখিত জিহাদৰ খাছ আয়াতবিলাক তাবলীগৰ ক্ষেত্রত ব্যবহাৰ কৰে । যিটো সুস্পষ্টভাৱে কুৰ’আনৰ তাহৰিফ।
.
২) সিহঁতে কয় – দ্বীনি মাদ্রাছা কোনো কামৰ নহয় । ইয়াৰ পৰা একোৱেই পোৱা নাযায় । দ্বীনৰ জ্ঞান আহে কেৱলমাত্ৰ জামাতৰ লগত ওলাই যোৱাৰ মাধ্যমে।
.
৩) সিহঁতে কয় – উলামাসকলে ইমান দিনলৈকে কি কৰিছে ? সিহঁতে একোৱেই কৰা নাই । দ্বীনৰ যিমান প্রচাৰ হৈছে , সেইবোৰ আলিমসকলে কৰা নাই । তাবলীগ জামাতৰ মেহনতৰ জৰিয়তে দ্বীন বিয়পিছে । উলামাসকলে দ্বীনৰ মাত্র ৪% কাম কৰিছে , আৰু বাকি ৯৬% কাম কৰিছে তাবলীগ জামাতে । আৰু এই ৪% কাম ও উলামাসকলে আল্লাহ্ৰ কাৰণে কৰা নাই , কৰিছে সিহঁতৰ বেতনৰ কাৰণে ।
.
৪) কোনো আলিমে তাফছীৰ কৰিব গ’লে সিহঁতে ৰখাই দিয়ে , আৰু কয় কেৱল ফাজায়েলে আ’মাল- পঢ়িব লাগিব । অন্য কোনো কিতাপ পঢ়া নহব ।
.
৫) তাক্বওৱা আৰু তাযকিয়্যাতুন নফচৰ কোন প্রয়োজন নাই । যিবিলাকৰ দৰকাৰ সেইবিলাক সকলোখিনি জামতৰ লগতে ওলাই গ’লে পোৱা যাব।
.
৬) প্রতি বছৰ এক চিল্লা নিদিলে সিহঁতে কোনো আলিমক মছজিদৰ ইমাম বা মাদ্রাছাৰ শিক্ষক হিচাপে নিয়োগ কৰিব নিদিয়ে । আৰু যদি অজ্ঞানতাবশত এনে কোনোবাক সিহঁতে নিয়োগ কৰি দিয়ে আৰু পিছত যদি সেয়া জানিব পাৰে যে সেই আলিমে বছৰত চল্লিচ দিন সময় লাগোৱা নাই , তেনেহলে সিহঁতে ইমাম আৰু মাদ্রাছাৰ শিক্ষকৰ পদৰ পৰা সেইজনক অব্যহতি দি দিয়ে । এনে কাৰো লগত সিহঁতে নিজৰ ছোৱালীক বিবাহ ও নিদিয়ে ।
.
৭) সিহঁতে উলামাসকলক তুচ্ছ জ্ঞান কৰে । ক্রমাগত সিহঁতৰ লগত তর্কত লিপ্ত হয় ।
.
৮) চিল্লা নিদিলে সিহঁতে কাকো দ্বীনদাৰ তো দূৰৰ কথা মুছলিম বুলিও নাভাৱে ।
.
৯) যিয়ে নিজামুদ্দিনৰ তাবলিগত অংশগ্রহন নকৰে , তাৰ কাম দ্বীনৰ যিমান ডাঙৰ খেদমতেই নহওক কিয় , সিহঁতে তাৰ কামক দ্বীনৰ কাম বুলি নাভাৱে ।
.
সিহঁতৰ এনেকুৱা আৰু বহুত মত ও অবস্থান আছে যিবিলাক দেখাৰ পিছত মুফতি চাঈদ আহমেদ পালনপুৰি ৰ বাহিৰেও আৰু বহুত উলামা আৰু বুজুর্গানে দ্বীনসকলে কৈছে তাবলীগ জামাত এটা বাতিল ফিৰকাত পৰিণত হৈছে । তাবলীগ জামাত ক্বুৰ’আন আৰু হাদিছৰ পথ বাদ দি নব উদ্ভাবিত পথ ও নব উদ্ভাবিত দ্বীন গ্রহন কৰিছে । আৰু এইবিলাক সকলো সিহঁতৰ চৰমপন্থাৰ কাৰণেই হৈছে ।
.
দাৰুল ইফতা
দাৰুল উলুম দেওবন্দ
============
.
সম্পূর্ণ ফাতওৱাৰ লিঙ্কঃ
http://darulifta-deoband.com/home/ur/Dawah–Tableeg/68784
.
সম্পূর্ণ ফাতওৱাৰ লিঙ্ক (ইংৰাজী)ঃ
https://sangeenfitna.blogspot.ru/…/darul-uloom-deobands-lat…