যেনে :
## (এক) ওৱাজিব : জাহিল ব্যক্তিৰ বাবে । যিয়ে আহলে চুন্নাতৰ বিদ্বানসকলৰ মাজত অনির্দিষ্টভাবে যিকোনো বিদ্বানৰ ওচৰৰ পৰা প্রয়োজন অনুসৰি মাচআলা জানি লব। কিন্তু এই তাক্বলীদ হব হাদীছৰ অনুকূলে হোৱাৰ চর্তসাপেক্ষে। যদি পিছত দেখা যায় যে ফৎওৱাটো আছিল হাদীছ বিৰোধী , তেতিয়া সেইটো পৰিত্যাগ কৰি তাৰ বাবে হাদীছৰ ওপৰত অনুসৰণ আবশ্যকীয় কর্তব্য হব।
## (দুই) মুবাহ: কোনো এটা মাযহাবৰ তাক্বলীদ কৰা এই নিয়তত যে, এই তাক্বলীদ কোন শ্বাৰঈ বিষয় নহয়। অন্য মাযহাবৰ হাদীছ সম্মত কোনো মাচআলা ইনকাৰ কৰিব । বৰং নিজেও কেতিয়াবা কেতিয়াবা তাৰ ওপৰত আমল কৰিব ।
## (তিন) হাৰাম : ওৱাজিব বুলি ভাবি কোনো এটা মাযহাবক নির্দিষ্টভাবে তাক্বলীদ কৰা।
##(চাৰি) শ্বিৰ্ক : অজ্ঞতাৰ কাৰণে কোনো এজন মুজতাহিদৰ কথা অনুযায়ী আমল কৰা । কিন্তু পিছত ছহীহ আৰু গায়ৰ মানচূখ হাদীছ পোৱা গ’লেও সেইটো প্রত্যাখ্যান নকৰি অথবা তাহৰীফ আৰু তাবীল কৰি যিকোনো ভাবেই হওঁক সেই হাদীছক সেই মুজতাহিদৰ কথাৰ অনুকূলে লৈ যোৱা । কিন্তু কোনো অবস্থাতেই অনুসৰণীয় বিদ্বানৰ কথাক পৰিত্যাগ নকৰা ।
( শ্বাহ অলিউল্লাহ দেহলভী, ‘ইযালাতুল খাফা আন খিলাফাতিল খুলাফা ১/১৫৭-৫৮) ভাগত ভাগ কৰিছে ।

( শ্বাহ অলিউল্লাহ দেহলভী, ‘ইযালাতুল খাফা আন খিলাফাতিল খুলাফা ১/১৫৭-৫৮)