টয়লেট আৰু বাথৰুম একেলগে থাকিলে অজু কৰিব পাৰি নে ?

💢প্রশ্ন  : টয়লেট সহ বাথৰুমত অজু কৰাৰ পিছত অজুৰ দো‘আ পাঠ কৰা যাব নে ? নে বাহিৰত আহি দো‘আ পঢ়িব লাগিব ⁉

💢#উত্তর : টয়লেটৰ  ভিতৰত  উক্ত দো‘আ পাঠ কৰাত কোনো  বাধা নাই । কেবল পেছাব-পায়খানা কৰি থকা অবস্থাত দো‘আ সহ সকলো প্রকাৰ  যিকিৰৰ পৰা  বিৰত থাকিব (বুখাৰী, মুছলিম, মিশকাত হা/৫৩৫)। সাধাৰণভাবে বাথৰুমত  দো‘আ পঢ়া যাব। আয়েশ্বা  (ৰা:) কৈছে , ৰাছুল  (ছাঃ) সর্বাবস্থাত আল্লাহৰ  যিকৰ কৰিছিল’(মুছলিম, মিশকাত হা/৪৫৬)

Leave a comment