চহিহ বুখাৰী ৰ হাদিছ নং ৩২
জুলুমৰ প্রকাৰসমূহ।
👉👉‘আবদুল্লাহ্ (ইবনু মাস‘ঊদ) (ৰা.) য়ে বর্ণনা কৰিছে : ‘‘যিসকলে ঈমান আনিছে আৰু নিজৰ ঈমানক শ্বিৰ্ক ৰ লগত মিশ্রিত কৰা নাই ’’- ( ছূৰা আন্‘আম ৬/৮২)। এই আয়াত নাযিল হোৱাৰ পিছত আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ – চাহাবীসকলে কলে ‘আমালোকৰ মাজত এনে কোন আছে যি জুলুম কৰা নাই ?’তেতিয়া আল্লাহ্ তা‘আলায় আয়াত নাজিল কৰিলে : ‘‘নিশ্চয় শ্বিৰ্ক হৈছে আটাইতকৈ ডাঙৰ জুলম” । ’- (ছূৰা লুকমান ৩১/১৩)।👈👈 (৩৩৬০ ৩৪২৮, ৩৪২৯, ৪৬২৯, ৪৭৭৬, ৬৯১৮, ৬৯৩৭; মুছলিম ১/৫৬ হাঃ ১২৬, আহমাদ ৪০৩১) (আধুনিক প্রকাশনীঃ ৩১, ইছলামী ফাউন্ডেশনঃ ৩১)