জাহান্নামৰ কিছুমান কঠিন পৰিস্থিতি

জাহান্নামৰ কিছুমান কঠিন পৰিস্থিতি

১)যাক্কুম গছ (চয়তানৰ মূৰ সদৃশ)খাবলৈ দিয়া হ’ব৷ সাফফাত ৬৩ -৬৯
২ফুটন্ত পানি পান কৰিবলৈ দিয়া হ’ব৷ সাফফ্াত ৬৩-৬৯
৩)উলোটাকৈ টানি -চুচুৰি জাহান্নামত নিক্ষেপ কৰা হ’ব৷ক্বামাৰ ৪৭-৪৮
৪)জাহান্নামত মানুহ নমৰে জীয়ায়ো নাথাকে৷আলা ১৩
৫)পুঁজ মিহলাই দিয়া পানি পান কৰিব লাগিব৷ ইব্ৰাহীম ১৬-১৭
৬)জুইয়ে সিহঁতৰ মুখ চামৰা পুৰি পেলাব৷মুমিনূন ১৹৩-১৹৪
৭)জাহান্নামৰ সৰ্বনিম্ন শাস্তি হ’ল জুইৰ ফিতাসহ দুটা জুতা(ইয়াৰদ্বাৰা মূৰৰ মগজ ফুটি থাকিব)৷বুখাৰী,মুছলিম,মিশকাত, হা:৫৪২৩
৮)চামৰা গলি যা’ব,তেতিয়া সেই স্থানত বেলেগ চামৰা পুনৰ সৃষ্টি কৰা হ’ব৷নিছা ৫৬
৯)জাহান্নামত অধিকাংশ অধিবাসী হ’ব নাৰী৷ বুখাৰী,মুছলিম,মিশকাত,হা:৫২৩৪
১০)প্ৰত্যেকেই জাহান্নামৰ উপৰেদি (পুলচিৰাত যিটো চুলিতকৈ মিহি হ’ব)পাৰ হ’ব লাগিব মৰিয়ম ৭১
১১)ফুটন্ত পানি মূৰত ঢালি দিয়া হ’ব(নাড়ি-ভঁুৰি দুভৰিৰ মাজেদি গলি গলি ওলায় যাব) ৷সিলসিলা ছহীহা ১৪৫৫
১২)”খোৰাসানী”উটৰ নিচিনা ডাঙৰ ডাঙৰ থাকিব(যি এবাৰ খুঁটিলে তাৰ বিষ ৪০ বছৰলৈকে থাকিব৷আহমদ,মিশকাত, হা:৫৬৯১
১৩)জাহান্নামৰ উত্তাপৰ তীব্ৰতা (এনেকুৱা বেছি)একাংশই বেলেগ অংশক খাই পেলাইছে৷ বুখাৰী,তাহকীকে মিশকাত হা:৫৯১
১৪)ক্বিয়ামতৰ দিন সবাতেতৈ কম আৰু সহজ শাস্তি প্ৰাপ্ত ব্যক্তি পৃথিৱীৰ সকলো সম্পদ( যদি থাকিলেহৈ) দি নিজক মুক্ত কৰিব বিচাৰিব৷বুখাৰী,মুছলিম,মিশকাত,হা:৫৪২৬

✍✍.. KzR

Leave a comment