জাল👇হাদীছ👇পঢ়ক!
অজু কৰি থকা ব্যক্তিৰ ওপৰত চাৰিজন ফিৰিস্তাই এখন ৰুমাল ধৰি থাকে। অজু কৰি থকা ব্যক্তিয়ে এটা কথা ক’লে এজন ফিৰিস্তাই ৰুমাল এৰি দিয়ে¸ আৰু এটা কথা ক’লে আন এজন ফিৰিস্তাই ৰুমাল এৰি দিয়ে। পুনৰ কথা ক’লে তৃতীজন ফিৰিস্তাই ৰুমাল এৰি দিয়ে। অৱশেষত চাৰিওজন ফিৰিস্তাই ৰুমাল লৈ গুচি যায়। বিভিন্নধৰণে সমাজত প্রচলিত হৈ আছে এই কাহিনী।
এই হাদীছৰ কোনো ভিত্তি নাই। কিয়ামত পর্যন্ত বিচাৰিলেও ইয়াৰ কোনো ভিত্তি নাপাব।
গতিকে এই হাদীছ প্রচাৰ কৰাৰ পৰা সাৱধান হওঁক। নহ’লে নাবী চাল্লাল্লহু আলাইহি ৱাছাল্লামৰ নামত মিছা প্ৰচাৰৰ সৈতে চামিল হ’ব লাগিব। যাৰ পৰিণাম জাহান্নাম।
#JBR