ছালাত/নামাজ
☞ তোমালোকে মোক যেনেদৰে মোক ছালাত/নামাজ আদায় কৰোঁতে দেখিছা ঠিক তেনেদৰে ছালাত/নামাজ আদায় কৰিবা । (চহীহ বুখাৰী হা নং- ৫৫৭৭)
☞ বহি ছালাত/নামাজ আদায় কৰিলে আধা চোৱাব ( ছিজদাৰ স্থানত গাৰু টুল বা ওখ কিবা দিয়া নিষিদ্ধ । (চহীহ বুখাৰী হা নং -১০৪৫ , ১০৪৬)
ৰাছুল (ছাঃ) এ ছালাত/নামাজ ৰ আৰম্ভণিত,(তকবীৰে তহৰীমা ) , ৰুকুত যোৱা আৰু ৰুকুৰ পৰা উঠাৰ সময়ত দুই হাত কান্ধ পৰ্যন্ত উত্তোলন ( ৰাফাউল ইয়াদাইন ) কৰিছিল । (চহীহ বুখাৰী হা নং – ৬৯১ ৰ পৰা ৬৯৫ )