চালাতত নাভীৰ তলত হাত বন্ধা হাদীছ যঈফ।
শ্বৰীয়তৰ ক্ষেত্ৰত যঈফ হাদীছৰ ওপৰত নিৰ্ভৰশীল হোৱা বৈধ নহয়,, যি ছহীহ আৰু হাছান বুলি প্ৰমাণিত হোৱা নাই।
ইমাম ইবনু তাইমিয়াহ, ৬৬১-৭২৮ হি:।
এতিয়া আপুনি কি কৰিব?
চালাতত বুকুত হাত বন্ধা হাদীছ ছহীহ (আবু দাউদ, ছহীহ ইবনু। খোজাইমাহ)।
আৰু ইমাম আবু হানিফা (ৰহ:), য়ে কৈছে,
“ছহীহ হাদীছ পালে সেইটোৱেই মোৰ মাজহাব।”
(ইবনু আবেদীন, শ্বামী হাশ্বিয়া, ৰাদ্দুল মুহতাৰ ১/৬৭ পৃ:।)
আপুনি নিজকে হানাফি বুলি দাবী কৰে কিন্তু ছহীহ হাদীছ মনাৰ সত্সাহস আছেনে?
ইমাম আবু হানিফা (ৰহ:) ক মানো বুলি কলে ছহীহ হাদীছ মানিব লাগিব।।।
যদি ছহীহ হাদীছ নামানে আপুনি হানাফি হব নোৱাৰে।
কি কৰিব এতিয়া?
✍✍… Dr. Arfan Ali