গুৰুত্বপূৰ্ণ দুটা বাক্য

ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : দুটা বাক্য উচ্চাৰণৰ ফালৰ পৰা খুব পাতল ; কিন্তু দগা-পাল্লাত অত্যন্ত গধুৰ আৰু আল্লাহৰ ওচৰত অতি প্ৰিয় । বাক্য দুটা হৈছে , চুবহানাল্লাহ্ ওৱা বিহামদিহী ‘ চুবহানাল্লাহীল আযীম । “
( চহীহ বুখাৰী : ৭৫৬৩)

Leave a comment