খ্ৰীষ্টান ধাৰ্মিকৰ সৈতে কথোপকথন: আচ্ছা কওঁকচোন , ঈশ্বৰ কোন? -যিশু! -যিশু মা মেৰীৰ পুত্র নেকি? -হয়। -মা মেৰীক কোনে সৃষ্টি কৰিছে? -ঈশ্বৰে। -ঈশ্বৰ কোন? – যিশু! – যিশু মেৰীৰ গর্ভত জন্ম লোৱা সন্তান নেকি ? -হয়। – তেওঁৰ পিতৃ কোন? -ঈশ্বৰ! -ঈশ্বৰ কোন ? -যিশু! -যিশু ঈশ্বৰৰ সেৱক নেকি? -হয়। -যিশুক শুলত উঠাই হত্যা কৰা হৈছিল নেকি? – হয় । -যিশু ঈশ্বৰ প্রেৰিত পুৰুষ নেকি ? -হয়। -যিশুক কোনে পঠাইছিলে? -ঈশ্বৰে! -ঈশ্বৰ কোন? -যিশু! -আচ্ছা আচ্ছা কওঁকচোন, যিশু পৃথিবীত থাকোতে উপাসনা কৰিছিল নেকি? – হয়, কৰিছিল। -কাৰ উপাসনা কৰিছিল? -ঈশ্বৰৰ! -ঈশ্বৰ কোন? -যিশু! -ঈশ্বৰৰ জন্মদিন আছে নেকি ? -নাই ! -তেনেহলে ২৫ ডিচেম্বৰত কোনে জন্মগ্রহণ কৰিছে? -যিশু -যিশু কোন? -ঈশ্বৰ! -ঈশ্বৰ কত আছে? -স্বর্গত। -স্বর্গত কিমানজন ‘উপাস্য’ ঈশ্বৰ আছে? -এক ও অদ্বিতীয় একজন উপাস্য আছে। -যিশু এতিয়া কত আছে? -ঈশ্বৰৰ সৌকাষত বহি আছে! -তেনেহলে স্বৰ্গত কিমানজন উপাস্য ঈশ্বৰ আছে? -একমাত্র একজনেই আছে! -যিশু কত আছে? -ঈশ্বৰৰ কাষত বহি আছে! -যিশু কোন? -ঈশ্বৰ! -যিশু কত আছে? -ঈশ্বৰৰ কাষত বহি আছে। -তেনেহলে যিশু কোন? -ঈশ্বৰ! …….. …. …