কোন কোন ক্ষেত্রত গীবত কৰা জায়েজ ?

*কোন কোন ক্ষেত্রত গীবত কৰা জায়েজ ?*

(১) অত্যাচাৰীৰ অত্যাচাৰ প্রকাশ কৰাৰ কাৰণে,

(২) সমাজৰ পৰা অন্যায় দূৰ কৰা আৰু পাপীক সঠিক পথলৈ ওভতাই অনাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে,

(৩) হাদীছৰ চনদ যাচাই ও ফতোৱা জনাৰ কাৰণে,

(৪) মুছলিমসকলক বেয়াৰ পৰা সতর্ক কৰা আৰু তেওঁলোকৰ মঙ্গল কামনাৰ ক্ষেত্রত,

(৫) পাপাচাৰ ও বিদ‘আতত লিপ্ত হ’লে তাক প্রকাশ কৰাৰ ক্ষেত্রত,

(৬) প্রসিদ্ধ নাম ধৰি পৰিচয় দিয়াৰ ক্ষেত্রত (নববী, রিয়াযুছ ছালেহীন, ২৫৬ অনুচ্ছেদ, পৃঃ ৫৭৫)।

Leave a comment